1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 6:26 pm

চৰকাৰে নোৱাৰে পদ্ম মেধিয়ে পাৰে

  • Update Time : Thursday, November 23, 2023

যি কাম ইমানবছৰে চৰকাৰে কৰিব নোৱাৰিলে, এজন মানুহে কিন্তু সম্ভৱ কৰি তুলিলে।
অসমৰ গোলাঘাটৰ ধনশিৰি নদীৰ ওপৰত সমাজৰ কাম কৰি ভালপোৱা পদ্ম মেধিৰ দ্বাৰা নিৰ্মিত
হ’ল আটাইতকৈ দীঘল বাহঁৰ দলং। তেওঁ দলংখন নিৰ্মাণৰ নামত খৰচ কৰিলে ৪ লাখ টকা।
ব্যৱহৃত হ’ল ৫,০০০ বাঁহ। যাতায়তৰ ক্ষেত্ৰত হাজাৰ হাজাৰ লোকে অসুবিধাৰ সন্মুখীন হৈ জীৱন নিৰ্বাহ কৰিছিল।
যাৰ বাবে ২০ খন গাৱৰ সুবিধা হোৱাকৈ পদ্ম মেধি নামৰ লোকজনে কৰিলে এই কাম।
উল্লেখযোগ্যযে, ২০ খন গাঁৱত এম্বুলেন্স সেৱা বন্ধ হৈ আছে দীৰ্ঘদিনধৰি।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme