Indian Cyber Crime Cordination Centreৰ সহায় লৈছে ক্ৰাইম ব্ৰাঞ্চে ,FBI, INTERPOL আৰু CBI-ৰে যোগাযোগ গুৱাহাটী আৰক্ষীৰ৷SBI আৰু RBI-ৰো সহায় লৈছে অসম আৰক্ষীয়ে দেশৰ অন্য ৰাজ্যত পূৰ্বে আৰক্ষীয়ে উৎখাত কৰিছিল এনে কল চেণ্টাৰ৷ তেনে চাইবাৰ নেটৱৰ্কৰ কথাও সদৰি কৰিছে অসম আৰক্ষীয়ে
হাৱালা চক্ৰটোত জড়িত সকলৰ তথ্যও লাভ কৰিছে ক্ৰাইম ব্ৰাঞ্চে