1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 8:37 am

গৰমৰ বাবে LOCKDOWNঃ দুদিনৰ বাবে বন্ধ থাকিব সকলো অফিচ, স্কুল-কলেজ..

  • Update Time : Thursday, August 3, 2023

ডিজিটেল ডেস্কঃ প্ৰচণ্ড গৰমৰ বাব দুদিনৰ লকডাউন ঘোষণা কৰিছে চৰকাৰে। বুধ আৰু বৃহস্পতিবাৰে বন্ধ থাকিব শিক্ষানুষ্ঠানকে ধৰি সকলো অফিচ-কাচাৰী। শেহতীয়াকৈ ইৰান চৰকাৰে কৰিছে এই ঘোষণা। দেশখনত শেহতীয়াকৈ প্ৰচণ্ড গৰমৰ প্ৰতি লক্ষ্য ৰাখি ইৰান চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত।

ইফালে দেশখনত বিদ্যুত প্ৰচণ্ড নাটনিয়ে অধিক শলঠেকত পেলাইছে চৰকাৰখনক।  ইৰানৰ দক্ষিণ প্ৰান্তত থকা চহৰসমূহত তাপমাত্ৰা ৫০ডিগ্ৰীলৈকে বৃদ্ধি পাইছে। উল্লেখ কৰা প্ৰয়োজন যে, পাহাৰ আৰু অৰণ্যৰ বাবে ইৰানত পূৰ্বে কেতিয়াও এনে গৰম হোৱা নাছিল। কিন্তু এইবৰ্ষত প্ৰচণ্ড গৰমক লৈ আচৰিত হৈছে বিশেষজ্ঞসকলো।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme