1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 4, 2025, 2:15 pm

সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ কান্ধত ৰাষ্ট্ৰীয় বিজেপিত গুৰু দায়িত্ব অৰ্পন…

  • Update Time : Saturday, July 29, 2023
  • ৰাষ্ট্ৰীয় বিজেপিত গুৰু দায়িত্ব অৰ্পন সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ কান্ধত।
  • শেহতীয়াকৈ বিজেপিৰ মুখ্য কাৰ্যালয়ৰ পৰা প্ৰকাশ এক বিশেষ তালিকা।
  • এই তালিকাৰ পৰা বাদ পৰিল সাংসদ দিলীপ শইকীয়াৰ নাম।
  • পূৰ্বে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ পদত আছিল শইকীয়া।
  • সাংসদ কামাখ্যা প্ৰসাদ তাছাক ৰাষ্ট্ৰীয় সচিবৰ দায়িত্ব।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme