1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 7:54 pm

অটুত সাতভনীৰ বান্ধোন, নাগালেণ্ডৰ নিহতৰ কফিনত গামোচা

  • Update Time : Tuesday, December 7, 2021

ডিজিটেল ডেস্কঃ সাতভনীৰ বান্ধোন আজিও অটুত আছে। শেহতীয়াকৈ শনিবাৰে নাগালেণ্ডত সেনাৰ গুলীত নিহত হ’ল ১৫ গৰাকী নিৰীহ লোক। নিহতসকলৰ শেষকৃত ৰাজহুৱাভাৱে অনুষ্ঠিত কৰা হ’ল। ৰাজহুৱা শেষকৃত অনুষ্ঠানত উপস্থিত থাকে নাগালেণ্ডৰ মুখ্যমন্ত্ৰীকে ধৰি বহুকেইজন নেতাও।

উল্লেখ্য যে এই শেষকৃত অনুষ্ঠানটোত দেখা গৈছে অন্য এখন বিশেষ ছবি। মৃত লোককেইজনৰ কফিনত পৰম্পৰাগত বস্ত্ৰৰ উপৰিও দেখা গৈছে অসমীয়াৰ স্বভীমানৰ প্ৰতীক গামোচাও। প্ৰত্যেকটো কফিনৰ ওপৰতে একোখনকৈ গামোচা দেখা গৈছে। কফিনৰ ফটোসমূহ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ লগে লগেই এতিয়া প্ৰায়সংখ্যকেই কৈছে সাতভনীৰ বান্ধোন জানো কেতিয়াবা চিঙিব পাৰে!

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme