1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 6:05 pm

‘দিদি’য়েও পৰা নাই পৰিস্থিতি চম্ভালিব! বংগত নিৰ্বাচনক লৈ প্ৰাণ গ’ল ১৮জনৰ…

  • Update Time : Monday, July 10, 2023
  • পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি উদ্ভৱ হোৱা হিংসাত্মক ঘটনাৰ এতিয়াও শাম কটা নাই পশ্চিম বংগত।
  • ৰাজ্যখনত এতিয়ালৈকে মৃত্যু সংখ্যা হৈছেগৈ ১৮গৰাকী।
  • ইফালে ৰাজ্যখনৰ ৬০০টা বুথত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত নিৰ্বাচনী আয়োগৰ।
  • হিংসাত্মক পৰিস্থিতিৰ বাবে এই বুথসমূহত সুকলমে অনুষ্ঠিত হোৱা নাছিল ভোটগ্ৰহণ।
  • ইফালে ৰাজ্যখনৰ সকলোকে শান্তি বৰ্তাই ৰাখিবলৈ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ আহ্বান।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme