1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 12:10 am
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

TEEN PATTI গেমৰ মালিকঃ ছানী লিয়নিৰ সম্পত্তিৰ কথা জানিলে আপুনি অচেতন হৈ পৰিব…

  • Update Time : Sunday, July 2, 2023

ডিজিটেল ডেস্কঃ বৰ্তমান অসমত চৰ্চাত থকা বলিউদ অভিনেত্ৰীগৰাকী হৈছে ছানী লিয়নী। গুৱাহাটীলৈ ছানী অহাৰ পাছতে বিভিন্ন জনৰ প্ৰতিক্ৰিয়া শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। কিন্তু আপুনি বাৰু জানেনে, ছানী লিয়নি কিমান টকাৰ সম্পত্তিৰ গৰাকী।  সকলোৱে জানে যে, ছানী লিয়নি ২০১২চনত বলিউদত কেৰিয়াৰ আৰম্ভ কৰিছিল।

প্ৰাপ্ত খবৰ অনুসৰি, ছানী লিয়নিৰ মুঠ সম্পত্তিৰ পৰিমাণ ১১৫কোটি টকা। বছৰত ২০কোটি টকা উপাৰ্জন কৰে অভিনেত্ৰীগৰাকীয়ে। লাইভ  অনুষ্ঠান, বিজ্ঞাপন আৰু ছিনেমাৰ জৰিয়তে এই ইনকাম কৰে ছানীয়ে।

ছানীৰ ওচৰত আছে বিলাসী গাড়ীৰ কালেকশ্যন। AUDI আৰু BMWৰ দৰে বেণ্ডৰ দামী গাড়ীৰ কালেকশ্যন আছে ছানীৰ। অভিনয়ৰ লগতে ছানী লিয়নিৰ আছে প্ৰায় ১০টা কোম্পানীত শ্বেয়াৰ।  বলিউদৰ এখন ছবিৰ বাবে ১.২কোটি টকাৰ মাননি লয় ছানীয়ে।  স্বামীৰ সৈতে শেহতীয়াকৈ ছানীয়ে ইনটেৰিয়ৰ ডিজাইনিঙৰ এটা প্ৰতিষ্ঠানো আৰম্ভ কৰিছে।

সকলোৱে হয়তো নাজানে যে, অনলাইন গেম তিন পট্টীৰো মালিক ছানী লিয়নি। সেই কোম্পানীটোত অংশীদাৰিত্ব আছে ছানীৰ।  মুঠৰ ওপৰত কব পাৰি যে, শ শ কোটি টকাৰ সম্পত্তিৰ গৰাকী ছানী লিয়নি।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme