1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 6:00 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

মনত ৰাখি থওকঃ A, P আৰু K আখৰৰ ছোৱালী অহংকাৰী হয়!

  • Update Time : Thursday, June 22, 2023

ডিজিটেল ডেস্কঃ  কিছুমান কথা আমি বিশ্বাস কৰো আৰু কিছুমান কথা আমি বিশ্বাস নকৰো। প্ৰচলিত যিকোনো কথা বিশ্বাস কৰা নকৰাটো একান্ত ব্যক্তিগত কথা। কিন্তু কিছুমান কথাৰ সত্যতা একেবাৰে নোহোৱাও নহয়। সংখ্যাতত্ব অনুসৰি, কিছুমান বিশেষ শব্দৰে আৰম্ভ হোৱা নামৰ ছোৱালী সাধাৰণতে অহংকাৰী হয়। জানো আহকচোন তাৰে কিছু কথাঃ-

প্ৰথমে A, আখৰে নাম আৰম্ভ হোৱা ছোৱালী। 

A আখৰে নাম আৰম্ভ হোৱা ছোৱালীৰ জীৱনৰ গতি অলপ উচ্ছ হয়।Aনামৰ ছোৱালীবোৰে নিজতকৈ তলৰ লোকক বেছি গুৰুত্ব নিদিয়ে।এওঁলোকৰ পচন্দ বহুত উচ্চ হয়।সেইবাবেA বৰ্ণৰ ছোৱালীৰ স্বভাৱত অহংকাৰ আহি যায়।বহুবাৰ এওঁলোকে নিজে অনুভৱ কৰিব নোঁৱাৰে,এওঁলোকে নিজে কিমান অহংকাৰ কৰি গৈছে।সেইবাবে Aবৰ্ণৰ ছোৱালীৰ মন জয় কৰাটো কঠিন হয় পৰে।

দ্বিতীয়তে,P আখৰে নাম আৰম্ভ হোৱা ছোৱালী।

Pবৰ্ণৰ ছোৱালী অহংকাৰী হয়।কিন্তু এওঁলোকে বাহিৰৰ পৰা এনে কৰি দেখুৱাই,যেন এওঁলোকে একেবাৰে অহংকাৰ নকৰে।কিন্তু জীৱনত কিবা কৰিবলৈ আহিলে,তেতিয়া এওঁলোকৰ মুখত অহংকাৰে নিজে দেখা দিয়েহি।Pআখৰৰ বৰ্ণৰ ছোৱালীয়ে নিজকে স্বৰ্গৰ পৰি বুলি ভাৱে।সেইবাবে P আখৰৰ ছোৱালীক লৰাবোৰে বেছি গুৰুত্ব নিদিয়ে। প্ৰায় বোৰ লৰাই এওঁলোকক অহংকাৰী বুলি জানে।এওঁলোকৰ ওচৰত কিবা বিশেষ গুণ থাকিলে তেতিয়া P আখৰৰ ছোৱালীয়ে অধিক অহংকাৰ কৰে।

তৃতীয়তে K আখৰে নাম আৰম্ভ হোৱা ছোৱালী।

K নামৰ ছোৱালীয়ে টকা পইচা,নিজৰ সৌন্দর্য্যক লৈ অহংকাৰ কৰে।Kনামৰ ছোৱালীয়ে নিজৰ তলৰ খাপৰ লোকৰ লগত কথা পাতিবলৈ পচন্দ নকৰে।এওঁলোকৰ ভিতৰত জ্বলনৰ ভাৱনা বহুত বেছি থাকে।যদি Kনামৰ ছোৱালীয়ে কোনোবা আগবাঢ়ি যায়,তেতিয়া এওঁলোকে বহুত বেয়া পায়।।আৰু এওঁলোকৰ ভিতৰত অহংকাৰ আহি যায়।সেইবাবে Kনামৰ ছোৱালীৰ বহু শক্ৰ হয়।।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme