1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 10:39 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

কামে-কাজে সুন্দৰীঃ বলিউদত অভিনয় কৰিও IPS অফিচাৰ হোৱা ছোৱালীজনী…

  • Update Time : Sunday, June 18, 2023

ডিজিটেল ডেস্কঃ আমাৰ সকলোৰে এটা ধাৰণা থাকে যে, ইউ পি এছ চি, এ পি এছ চিৰ দৰে প্ৰৱল প্ৰত্যাহ্বানপূৰ্ণ পৰীক্ষাত সফলতা লাভ কৰিবলৈ হলে কেৱল সেই কামটোতে ফকাজ কৰিব লাগিব। কিন্তু গতানুগতিক এই ধাৰণাক ভুল পতিপন্ন কৰিলে এগৰাকী মোহময়ী যুৱতীয়ে। প্ৰথমে বলিউদত অভিনয়ৰ দৰে এটা ব্যস্ত কাম কৰিও প্ৰথমটো প্ৰচেষ্টাতে ইউ পি এছ চিৰ দৰে পৰীক্ষাত উৰ্ত্তীণ হৈ এতিয়া আই পি এছ অফিচাৰ হিচাপে কাৰ্যনিবাহ কৰি আছে যুৱতীগৰাকীয়ে।

এই যুৱতীগৰাকীৰ নাম হৈছে- চিমলা প্ৰসাদ।মধ্যপ্ৰদেশৰ  ভুপালৰ জন্ম হোৱা চিমলা প্ৰসাদ এগৰাকী সুদক্ষ প্ৰশাসনিক বিষয়া।  ২০১০চনত ইউ পি এছ চি পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ দেশৰ বাবে সেৱা আগবঢ়াই থকা চিমলা প্ৰসাদে কেইবাখনো হিন্দী বোলছবি আৰু ধাৰাবাহিকত সৰু চৰিত্ৰ ৰূপায়ন কৰিছিল। তাৰ মাজতে ইউ পি এছ চিৰ বাবেও প্ৰস্তুতি চলাই গৈছিল চিমলাই।

অভিনয়ৰ সমান্তৰালভাৱে ইউ পি এছ চিৰ বাবে কষ্ট কৰা চিমলাই প্ৰথমটো প্ৰচেষ্টাতে সফলতাৰে উৰ্ত্তীণ হৈছিল।  সৰুৰে পৰাই মেধাৱী আছিল চিমলা। বৰ্তমান অপৰাধীৰ বাবে ত্ৰাসৰ কাৰন হৈ পৰা চিমলা প্ৰসাদৰ কৰ্তব্যনিষ্ঠাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰো প্ৰশাংসা কৰিছিল তেওঁক।

উল্লেখ কৰা প্ৰয়োজন যে, মোহময়ী চিমলা প্ৰসাদ বৰ্তমানত মধ্যপ্ৰদেশতে কৰ্মৰত।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme