1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 3:45 pm
Trending:
চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting

ঘটনাটোত দুখন জিলাৰ আৰক্ষী অধীক্ষক জড়িত হৈ আছেঃ DGP

  • Update Time : Thursday, May 18, 2023
  • আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা অধিক ৰহস্যঘন হৈ পৰিছে।
  • জোনমণি ৰাভাৰ মৃত্যুৰ ৰহস্যৰ মাজতে জি পি সিঙে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।
  • আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে ক’লে – CIDয়ে প্ৰতিবেদন যেনেকৈ দিব, সেই মতে ব্যৱস্থা হ’ব।
  • ঘটনাটোত দুখন জিলাৰ আৰক্ষী অধীক্ষক জড়িত হৈ আছে, গতিকে মই ‘ফ্ৰী হেণ্ড’ তদন্ত কৰিবলৈ এৰি দিছোঁ।
  • উল্লেখ কৰা প্ৰয়োজন যে, চি আই ডিয়ে কেইবাগৰাকীও আৰক্ষীক সোধপোচ কৰিছে নগাৱঁত।
  • ৰাভা উপাধিৰ এগৰাকী আৰক্ষীক বৃহস্পতিবাৰো সোধপোচ কৰিছে আৰক্ষীয়ে।
  • ইফালে আৰক্ষীৰ মাজৰ এক কল ৰেকৰ্ডিঙো শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে।
  • এই কল ৰেকৰ্ডিঙত জোনমণিক নগাঁও চহৰত ৰডেৰে মৰিয়াই থকা বুলি কৈছে এগৰাকী আৰক্ষীয়ে।
  • আনহাতে ১২.১৫বজাত জোনমণিক ৰিজাৰ্ভ ক্লজ কৰা হৈছে বুলিও উল্লেখ কৰিছে ৰেকৰ্ডিঙটোত।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme