1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:40 am

উদ্ধৱ ঠাকৰেক বিশ্বাসঘাটকতা কৰাৰ ফল! পতন হ’ব পাৰে মহাৰাষ্ট্ৰৰ একনাথৰ চৰকাৰ…

  • Update Time : Thursday, May 11, 2023
  • ভয়ংকৰ বিপদৰ সন্মুখীন হৈছে মহাৰাষ্ট্ৰৰ একনাথ সিন্দে নেতৃত্বাধীন চৰকাৰ।
  • মহাৰাষ্ট্ৰৰ ১৫ বিধায়ক অযোগ্য হ’ব নে নাই উচ্চতম ন্যায়ালয়ে সিদ্ধান্ত ল’ব।
  • মুখ্যমন্ত্ৰী একনাথ সিন্দে আৰু আন ১৫ জন বিধায়কৰ বিধায়ক পদ খাৰিজ হ’ব পাৰে।
  • তদানীন্তন মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ বিৰুদ্ধে বিদ্ৰোহ কৰা বিধায়ক অযোগ্য হ’ব পাৰে।
  • ৰায়দানৰ পাছত একনাথ সিন্দেৰ মুখ্যমন্ত্ৰী পদ যোৱাৰ লগতে বিপদত পৰিব মহাৰাষ্ট্ৰ চৰকাৰ।
  • অৱশ্যে এতিয়ালৈকে আদালতে চূড়ান্ত ৰায়দান গ্ৰহণ কৰা নাই।
  • একনাথ সিন্দে গোটে এই ব্যৱস্থাই তেওঁলোকৰ চৰকাৰক বিপদত পেলাব নোৱাৰে বুলি মন্তব্য কৰিছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme