1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 8:01 pm
Trending:
মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي

ৰক্ষা! আৰু ১০০বছৰলৈ ধ্বংস নহয় পৃথিৱী…

  • Update Time : Wednesday, April 19, 2023

ডিজিটেল ডেস্কঃ বিশ্ববাসীৰ বাবে এটা সকাহ লাভৰ খবৰ। পৃথিৱী আৰু ধ্বংস নহয়। এই কথা সদৰি কৰিছে নাছাই।   পৃথিৱী অভিমুখী উল্কাপিণ্ড, ধুমকেতু আদিৰ পৰা পৃথিৱীবাসীক সুৰক্ষিত কৰি ৰাখিবলৈ নাছাই সৃষ্টি কৰিলে প্লেনেটেৰী ডিফেন্স চিষ্টেম । এই চিষ্টেমে আগন্তুক সময়ত পৃথিৱী অভিমুখী এনেধৰণৰ সংকটসমূহৰ কথা আগতীয়াকৈ জ্ঞাত কৰিব নাছাক । যাৰ ফলত পৰ্যাপ্ত সময় থাকোতেই ল’ব পৰা যাব ব্যৱস্থা ।

উল্লেখ কৰা প্ৰয়োজন যে, পৃথিৱীৰ কক্ষপথৰ ৩০ মিলিয়ন মাইল পৰ্যন্ত নজৰ ৰাখিব এই চিষ্টেমে । বিগত ৩ টা দশক ধৰি নাছাই অধ্যয়ন কৰি আছিল এন ই অ’ নামৰ বিষয়টোৰ ওপৰত । থিৱীৰ ওচৰলৈ অহা যিকোনো ধৰণৰ পদাৰ্থৰ অধ্যয়ন কৰাৰ অন্তৰালৰ কাৰণ আছিল সৌৰজগতৰ সৃষ্টিৰ অন্তৰালৰ ৰহস্য ভেদ কৰা । নাছাৰ এই চিষ্টেমৰ মতে, আগন্তুক ১০০ বছৰলৈ কোনো ধৰণৰ আশংকা নাই পৃথিৱীৰ ।

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme