1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 5:48 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

গাৱঁলীয়া যদিও নগৰীয়াতকৈ ধনী! সকলোৰে হাতত থাকে ১০লাখ, বেংকত জমা থাকে ১৫লাখ…

  • Update Time : Tuesday, March 28, 2023

ডিজিটেল ডেস্কঃ এখন ধনী গাও। যিখন গাঁৱৰ প্ৰত্যেকগৰাকী লোকৰ একাউন্টত জমা আছে ১৫লাখকৈ টকা। কেৱল এয়াই নহয়, এই গাঁৱখনৰ প্ৰতিগৰাকী লোকৰ হাতত ৫ৰ পৰা ১০লাখ নগদ ধন থাকে। এতিয়া ছাগে আপুনি ভাৱিছে, আমি ভাৰতৰ বাহিৰৰ এখন গাঁৱৰ কথা কম। কিন্তু আপুনি ভুল ধাৰণা কৰিছে। ধনী এই গাওঁখন আমাৰ ভাৰতৰ ভিতৰতে আছে।

दुनिया का सबसे अमीर गांव: worlds richest village madhapar

ধনী এই গাওঁখন আছে গুজৰাটত। গুজৰাটৰ মদপাৰা নামৰ এই গাওঁখনৰ প্ৰতিগৰাকী ব্যক্তিৰ হাতত ৫ৰ পৰা ১০লাখ টকা নগদ ধন থকাৰ উপৰিও সকলোকে একাউন্টত জমা আছে ১৫লাখতকৈ অধিক টকা। এইখন গাঁৱৰ ভিতৰত ১৭টা বিভিন্ন বেংকৰ শাখা আছে। এই বেংক শাখাবোৰত প্ৰতিদিনাই ধন জমা আৰু উলিয়াবলৈ দীঘলীয়া লাইন দেখা যায়।

India's richest village dharmaj of anand gujarat | PHOTOS: इस गांव में लोग  जीते हैं लग्जरी लाइफ, हर घर में एनआरआई; रईसी देख चौंक जाएंगे

শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি, এই গাওখন যথেষ্ট ডাঙৰ। ৭০০ৰো অধিক ঘৰ থকা এই গাওৱাসীৰ নামতে ৫হাজাৰ কোটিৰো অধিক টকা বিভিন্ন বেংকত জমা আছে। এই গাঁওখনত প্ৰত্যেকগৰাকী লোকৰ ঘৰতে আছে সকলো সুবিধা। চহৰৰ এগৰাকী ধনৱান লোকৰ ঘৰত যি যি সা-সম্পত্তি থাকিব লাগে, সেই সকলো সুবিধা এই গাঁৱৰ লোকৰ ঘৰত আছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme