1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 11:35 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

কামবোৰ কৰি লওঁকঃ ১৫দিন বন্ধ থাকিব বেংক…

  • Update Time : Saturday, March 11, 2023

ডিজিটেল ডেস্কঃ চলিত বিত্তীয় বৰ্ষ ২০২২-২৩ কিছুদিনৰ ভিতৰতে অন্ত পৰিব।  ৩১মাৰ্চৰ পিছত ১এপ্ৰিলৰ পৰা আৰম্ভ হব নতুন বিত্তীয় বৰ্ষ।  ২০২৩-২৪বিত্তীয় বৰ্ষত বহু কাম সলনি হব। এই সলনি বিশেষকৈ বেংক আৰু ধনৰ লেন-দেনৰ সৈতে জড়িত হব।  আপোনালোকক জনাই থও যে, আহিবলগীয়া এপ্ৰিল মাহত আপোনাৰ যদি জৰুৰী বেংকৰ কাম আছে, তেন্তে পিছুৱাই নথব। কিয়নো এপ্ৰিল মাহটোত ১৫দিন বন্ধ থাকিব বেংক।

আগন্তুক এপ্ৰিল মাহত  ১৫দিন বন্ধ থাকিব বেংক। এছ বি আইৰ নিৰ্দেশ অনুসৰি এপ্ৰিল মাহত দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ মিলাই মুঠ ১৫দিন বেংক বন্ধ থাকিব।  এপ্ৰিল মাহটোত ১, ৪, ৫, ৭, ১৫, ১৮, ২১ আৰু ২২এপ্ৰিলত বন্ধ থাকিব বেংক।  ইয়াৰ বাহিৰেও ২,৯, ১৬ আৰু ৫এপ্ৰিলতো বন্ধ থাকিব বেংক। ইয়াৰ বাহিৰেও ৮ আৰু ২২এপ্ৰিলত দ্বিতীয় আৰু চতুৰ্থ শনিবাৰৰ বাবে বন্ধ থাকিব বেংক।

গতিকে এপ্ৰিলত কৰিব লগীয়া বেংকৰ কাম সময়ত নকৰিলে আপুনি সন্মুখীন হব পাৰে বহু লোকচানৰ।

 

 

 

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme