1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 12:16 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

হে, দেশবাসীঃ জেলৰ পৰা মনীষ চিচৌদিয়াই দেশবাসীলৈ বুলি লিখিছে এখন চিঠি…

  • Update Time : Thursday, March 9, 2023

ডিজিটেল ডেস্কঃ সুৰা কেলেংকাৰীত অভিযুক্ত হৈ বৰ্তমান তিহাৰ জেলত থকা দিল্লীৰ শিক্ষামন্ত্ৰী মনীষ চিচৌডিয়াই জেলৰ পৰাই দেশবাসীলৈ লিখিছে এখন বিশেষ চিঠি। এই চিঠিত বিজেপি চৰকাৰক তীব্ৰ কটাক্ষ কৰিছে তেওঁ। তেওঁ চিঠিত লিখিছে যে,

দিল্লীৰ শিক্ষা মন্ত্ৰী হিচাপে কাম কৰি থাকোতে প্ৰায়ে ভাবিছিলো যে ক্ষমতাত উপনীত হোৱা নেতাসকলে দেশৰ প্ৰতিটো শিশুৰ বাবে এখন উপযুক্ত শিক্ষানুষ্ঠান কিয় নিৰ্মাণ কৰা নাছিল? যদি সকলোৱে একগ্ৰতাৰে শিক্ষাৰ ক্ষেত্ৰখনত কাম কৰিলেহেতেন তেন্তে আমাৰ দেশত বিকশিত দেশ সমূহৰ দৰেই ভাল বিদ্যালয় থাকিলহেতেন।

এতিয়া মই কেইবাদিনৰ পৰা কাৰাগাৰত আছো। আৰু এতিয়া এই প্ৰশ্নবোৰৰ উত্তৰ নিজেই পাইছো। যেতিয়া কাৰাগাৰ চলোৱাৰ ক্ষেত্ৰত ৰাজনীতিত সফলতা লাভ কৰিছে তেন্তে এখন বিদ্যালয় চলাবলৈ ৰাজনীতিৰ প্ৰয়োজনীয়তা কত। বিজেপিয়ে মানুহক কাৰাগাৰত ৰখাৰ ৰাজনীতিত লিপ্ত হৈছে। আমি শিশুসকলক শিকোৱাৰ ৰাজনীতি কৰি আছো। কাৰাগাৰলৈ প্ৰেৰণ কৰা সহজ, শিশুসকলক শিকোৱাটো অতি কঠিন। দেশখন শিক্ষাৰ জৰিয়তেহে আগবাঢ়িব, কাৰাগাৰলৈ প্ৰেৰণ কৰি নহয়। 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme