1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 5:28 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

বিবাহিত মহিলাৰ লগত প্ৰেম কিয় হয়!

  • Update Time : Friday, March 3, 2023

ডিজিটেল ডেস্কঃ শেহতীয়াকৈ ৰাজ্যত পৰকীয়া প্ৰেমৰ সংখ্যা বৃদ্ধি পাইছে।  কিন্তু শেহতীয়াকৈ এক বিশেষ মনোবৈজ্ঞানিক সমীক্ষাত ধৰা পৰিছে ইয়াৰ আঁৰৰ কাৰন।  লৰাবোৰ বিবাহিত মহিলাৰ প্ৰেমত পৰাৰ কাৰন হৈছে- বিবাহিত মহিলাৰ কোনো ধৰণৰ Attitude নাথাকে । ল’ৰাবোৰে কোৱা সকলো কথা তেওলোকে মানি লয়। ছোৱালীতকৈ বেছি মহিলাই ল’ৰাৰ যত্ন লয়।

আনফালে ছোৱালীতকৈ বিবাহিত মহিলাক অধিক যত্নশীল সংগী বুলি গণ্য কৰা হয়। বিয়াৰ পিছত তেওঁ সদায় নিজৰ পৰিয়ালক লৈ চিন্তিত হৈ থাকে। ল’ৰাবোৰে নাৰীৰ এই কেয়াৰিং মনোভাৱটো বৰ ভাল পায়।

ইফালে বিবাহৰ পিছত মহিলাৰ হৰম’নৰ পৰিৱৰ্তন ঘটে। ইয়াৰ বাবেই তেওঁলোকৰ ছালখন বহুত জিলিকিবলৈ আৰম্ভ কৰে। নাৰীৰ এই পৰিৱৰ্তনে পুৰুষক তেওঁলোকৰ প্ৰতি আকৰ্ষিত কৰে।

কোৱা হয় যে, অবিবাহিত ছোৱালীতকৈ বিবাহিত মহিলাৰ আত্মবিশ্বাস বেছি। তেওঁৰ আত্মবিশ্বাসেই ল’ৰাবোৰক তেওঁৰ প্ৰতি আকৰ্ষিত কৰে। পুৰুষসকলে ভাবে যে বিবাহিত মহিলাসকলে প্ৰতিটো সমস্যা ভালদৰে বুজিব পাৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme