1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 6:05 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

এফালে প্ৰশ্নকাকত ফাদিল! আনফালে মেট্ৰিক পৰিক্ষাৰ্থীৰ আত্মহত্যা…

  • Update Time : Friday, March 3, 2023

ডিজিটেল ডেস্কঃ আকৌ কেনা লাগিল। মেট্ৰিক পৰীক্ষাৰ প্ৰথম দিনটোতে প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাৰ পিছতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যত। শৈক্ষিক মহলে বিভাগীয় কৰ্তৃপক্ষক দোষাৰোপ কৰি শিক্ষাৰ্থীৰ ভৱিষ্যতৰ সৈতে হেতালি নেখেলিবলৈ আহ্বান জনায়।

বৰপেটাত পৰীক্ষাৰ আৰম্ভ হোৱাৰ কিছুসময়ৰ পাছতে ইংৰাজী প্ৰশ্ন কাকত ভাইৰেল হৈ পৰে হোৱাটছ এপত।  এই কাণ্ডক লৈ বিভাগীয় কৰ্তৃপক্ষই এতিয়ালৈকে কোনো মন্তব্য প্ৰকাশ কৰা নাই। ইফালে এই ইংৰাজী কাকতখন এইবৰ্ষৰ নহয় বুলিও একাংশই দাবী কৰিছে।

ইফালে, মেট্ৰিক পৰীক্ষা আৰম্ভ হোৱা দিনটোতে ডবকাত এগৰাকী শিক্ষাৰ্থীয়ে গ্ৰহণ কৰে চূড়ান্ত সিদ্ধান্ত। পৰীক্ষাৰ প্ৰথম দিনটোতে আত্মহত্যাৰ দৰে পথ বাচি লোৱা এই শিক্ষাৰ্থী গৰাকীৰ মৃত্যুৰ কাৰন এতিয়ালৈকে জানিব পৰা হোৱা নাই।

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme