1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 7, 2025, 4:15 am
Trending:
মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي

ৰজা এনেকৈয়ে হয়! প্ৰদ্যুৎ বিক্ৰম মানিক্যই শিকালে আঞ্চলিকতাবাদৰ ৰাজনীতি কেনেকৈ কৰে…

  • Update Time : Thursday, March 2, 2023

ডিজিটেল ডেস্কঃ ত্ৰিপুৰাত বিজেপিৰ চৰকাৰ হ’ল। একক সংখ্যাগৰিষ্ঠাতাৰে ত্ৰিপুৰাত পুনৰ চৰকাৰ গঠন কৰিবলৈ সাজু বিজেপি।  ৰাজ্যখনত ৬০খন আসনৰ ভিতৰত ৩২খন আসনত বিজয়ী হৈ ত্ৰিপুৰাত বিজেপিয়ে বজাই ৰাখিলে নিজৰ আধিপত্য। কিন্তু এই সকলোবোৰৰ মাজত দেশৰ ৰাজনীতিত চৰ্চালৈ আহিছে আন এগৰাকী ব্যক্তিৰ নাম। তেওঁ হৈছে তিপ্ৰা মথাৰ নেতা তথা কা আন্দোলনৰ নেতা, আঞ্চলিকতাবাদৰ আশা প্ৰদ্যুৎ বিক্ৰম মানিক্য।

প্ৰথমবাৰলৈ বিধান সভাৰ নিৰ্বাচনী যুঁজত নমা তিপ্ৰামথাই ব্য়াপক সফলতাৰ পাছতে চৰ্চালৈ আহিছে এই ৰাজনৈতিক নেতাগৰাকী।  ৰাজনৈতিক দলটো গঠন হোৱাৰ দুটা বছৰৰ পাছতে বিধানসভা নিৰ্বাচনত প্ৰতিন্দন্দ্বিতা কৰি দলটোৱে ১৩খনকৈ আসন লাভ কৰিবলৈ সক্ষম হৈছে। এটা ৰাজনৈতিক দলৰ বাবে এয়া অতিকৈ সুন্দৰ আৰম্ভণি।

এই নিৰ্বাচনত দলটোৱে ১৩খন আসন দখল কৰাৰ পাছতে আঞ্চলিকতাবাদৰ আশা প্ৰদ্যুৎ বিক্ৰম মানিক্যৰ কথা দেশজুৰি চৰ্চা হৈছে। চৰ্চা হৈছে যে, আঞ্চলিকতাবাদৰ ৰাজনীতি ভালকৈ কৰিলে কোনো দলেই বিফল হোৱাৰ কাৰন নাথাকে।  উল্লেখ কৰা প্ৰয়োজন যে, নিৰ্বাচনৰ আগতেই প্ৰদ্যুৎ বিক্ৰম মানিক্যই স্পষ্ট কৰি দিছিল যে, তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ বাবে ৰাজনীতি কৰা নাই। তেওঁ খিলঞ্জীয়া ত্ৰিপুৰীসকলৰ অধিকাৰ সুৰক্ষিত কৰিবলৈহে ৰাজনীতিত নামিছে।

প্ৰদ্যুৎ বিক্ৰম মানিক্যৰ সফলতাৰ পাছতে অসমৰ প্ৰেক্ষাপটত সেই একেই আশাৰে ৰাজনীতিত নমা তেওঁৰ বন্ধু লুৰিণজ্যোতি গগৈকো বন্ধুৰ পৰা কিছু ৰাজনীতিৰ ৰণনীতি শিকিবলৈ একাংশই আহ্বান জনাইছে। 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme