টেমজেন ইমনাৰ বিজয়…
-
Update Time :
Thursday, March 2, 2023
- নিজস্ব কৰ্ম, কাণ্ড আৰু শাৰীৰিক অৱয়বৰ বাবে চৰ্চাৰ শীৰ্ষত থকা টেমজেন ইমনা আলং পুনৰবাৰ বিধায়ক হিচাপে নিৰ্বাচিত
- নাগালেণ্ডবাসীক ভাৰতীয় বুলি কোৱাৰ বাবে ক্ষোভিত হৈ পৰিছিল এন এছ চি এন (আই এম)।
- সেয়ে তেওঁ প্ৰতিদ্বন্দিতা কৰা আলংটাকি সমষ্টিৰ ৰাইজক ভোট নিদিবলৈ আহ্বান জনাইছিল।
- যিসকলে তেওঁক ভোট দিব সেই লোকসকলক এন এছ চি এন (আই এম)ৰ সংবিধান অনুসৰি শাস্তি প্ৰদান কৰাৰ কথাও ঘোষণা কৰিছিল।
- এই আহ্বানক নেওচি সমষ্টিবাসীয়ে বিজেপিৰ সভাপতি টেমজেন ইমনা আলঙক বিজয়ী কৰোৱায়।
🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক
More News Of This Category