1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 7, 2025, 8:56 am
Trending:
মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي

ডিম্পু বৰুৱাক কোনে কৰিছে বদনামী…

  • Update Time : Friday, February 17, 2023

ডিজিটেল ডেস্কঃ ডিম্পু বৰুৱাক ধ্বংস কৰাৰ পৰিকল্পনা চলিছে। অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাক ধ্বংস কৰাৰ পৰিকল্পনা কৰিছে একাংশই। যথেষ্ট কষ্ট আৰু একাগ্ৰতাৰে ডিজিটেল জগতখনত সফলতা বুটলিবলৈ সক্ষম হোৱা ডিম্পু বৰুৱাক বদনামী কৰাৰ বাবে একাংশই উঠি-পৰি লাগিছে। কিছুদিনৰ আগতে ডিম্পু বৰুৱাৰ এটা ভিডিঅ ভাইৰেল হৈছিল। ভিডিঅটোত মদ খাই মাতাল হৈ বিড়ি-চিগাৰেটৰ ধোৱাৰ মাজত দেখা গৈছে ডিম্পু বৰুৱাক। হঠাতে ডিম্পু বৰুৱাক এই ৰূপক লৈ তেওঁৰ অনুৰাগীসকল আচৰিত হৈছিল।

কিন্তু সত্য কথাটো হৈছে ভিডিঅটোত থকা এই যুৱকজন ডিম্পু বৰুৱা নাছিল। তেওঁৰ চেহেৰাৰ সৈতে সাদৃশ্য থকা এজন অন্য যুৱকহে। ভিডিঅটো ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতে বিভিন্নজনে সমালোচনা কৰিছিল ডিম্পু বৰুৱাক। ঘটনাটো অধিক অৱনতি ঘটাত ডিম্পু বৰুৱাই নিজেই দিলে স্পষ্টীকৰণ। ডিম্পু বৰুৱাই কৈছে- এই যুৱকজন মই নহয়। কোনোবাই বেয়া মনোভাৱেৰে মই বুলি বেলেগৰ এটা ভিডিঅ মই বুলি প্ৰচাৰ কৰি আছে।

এতিয়া সাধাৰণতে প্ৰশ্ন হৈছে, কোনে ইউটিউবাৰগৰাকীক এনেদৰে বদনামী কৰিব বিচাৰিছে। দোপতদোপে সফলতা আজুৰি অনা ডিম্পুৰ বাবে তেওঁৰ সফলতাই কাল হব নেকি। সেয়া যি কি নহলেও ইউটিউবৰ জগতখনত ডিম্পুৰ আসন সদায়েই সুকীয়া।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme