1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 10:10 pm
Trending:
মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي

লাগিব নেকি আপোনাকঃ ২৪কোটি টকা বিলাই দিব এইগৰাকী মহিলাই…

  • Update Time : Thursday, February 9, 2023

ডিজিটেল ডেস্কঃ  পইচা সকলোকে লাগে। পইচাৰ কাৰনেই এই পৃথিৱীত কিমান যে কি ঘটনা ঘটিছে তাৰ হিচাপ নাই। কিন্তু তাৰ মাজতে শেহতীয়াকৈ এটা ঘটনাই সকলোৰে চকু কপালত উঠাইছে। এগৰাকী মহিলাই শেহতীয়াকৈ ঘোষণা কৰিছে যে, তেওঁৰ জন্মদিনত এইবাৰ মানুহক বিলাই দিব ২৪কোটি টকা।

আচৰিত যেন লাগিলেও এয়া কিন্তু মিছা খবৰ নহয়। অষ্ট্ৰেলিয়াৰ এগৰাকী ৬৯মহিলাই ঘোষণা কৰিছে যে, তেওঁৰ এইবাৰৰ জন্মদিনত তেওঁ ২৪কোটি টকা বিলাই দিব। উল্লেখ কৰা প্ৰয়োজন যে, ৬৯বছৰীয়া এইগৰাকী মহিলা হৈছে জীনা ৰাইনহট। অষ্ট্ৰেলিয়াৰ এইগৰাকী মহিলা হৈছে দেশখনৰ আটাইতকৈ ধনী মহিলাৰ ভিতৰত এগৰাকী। লগতে তেওঁ হৈছে বিশ্বৰ ৪৭সংখ্যক ধনী মহিলা।

উল্লেখ কৰা প্ৰয়োজন যে,  মহিলাগৰাকীয়ে ইতিমধ্যে ৪১গৰাকী লোকক নিৰ্বাচন কৰিছে। এটা বিশেষ পদ্ধতিৰ জৰিয়তে এই ৪১গৰাকী লোকক নিৰ্বাচিত কৰা হৈছে। এই ৪১গৰাকী লোকৰ মাজতে ২৪কোটি টকা বিলাই দিব এই মহিলাগৰাকীয়ে।

 

 

 

 

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme