1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 10:29 pm
Trending:
মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي

Johnny Sinsক লগ পাই ইউটিউবাৰ ভুবন বামে কি কি কৰিছিল…

  • Update Time : Tuesday, January 31, 2023

ডিজিটেল ডেস্কঃ দেশ তথা বিশ্বৰ এগৰাকী চিনাকি ইউটিউবাৰ ভুবন বাম। শেহতীয়াকৈ ভুূবন বামৰ কেইবাখনো  ৱেব চিৰিজ মুক্তি পাইছে বিশ্বৰ আগশাৰীৰ ডিজিটেল প্লেটফৰ্মত। ইউটিউবাৰগৰাকীয়ে অতি শেহতীয়াকৈ এটা ৰাষ্ট্ৰীয় সংবাদমাধ্যমত এটা বিশেষ সাক্ষাতকাৰত নীলা ছবিৰ (BF) অভিনেতা জনী চিনছক সাক্ষাত কৰা কিছু মূৰ্হুতৰ কথা ৰোমন্থন কৰিলে।

ইউটিউবাৰ তথা অভিনেতা ভুবন বামে জনি চিনছক সাক্ষাতৰ বাবে প্ৰথমে টেলিফোন কৰিছিল। আৰু জনি চিনছক সাক্ষাতকাৰ দিবৰ বাবে প্ৰায় ৪০০কিঃমিঃ গাড়ীৰে আহিছিল জনী চিনছ।  ভুবন বামে লগতে কয়- মই তেওঁৰ ওচৰত যিমান সময়ত আছিলো সেই সময়ত মই তেওঁক গভীৰ ভাৱে লক্ষ্য কৰিছিলো। তেওঁৰ শাৰিৰিক গঠন অতি দেখনিয়াল আছিল।

তেওঁ লগতে কয়- আমি সাক্ষাতকাৰৰ সময়ত তেওঁৰ পেছাগত জীৱনটোৰ পৰা আঁতৰি কিছু কথা পাতিবলৈ যত্ন কৰিছিলো। তাৰ মাজতে তেওঁৰ নীলা ছবিত অভিনয়ৰ কিছু প্ৰসংগও আহিছিল। তেওঁ মোক দেখাইছিল যে, নীলা ছবিত অভিনয়ৰ বাবে কিদৰে সুন্দৰী যুৱতীয়ে নিজৰ শৰীৰৰ বৰ্ণনা দি তেওঁলৈ ই মেইল কৰে।

ভুবন বামে হাঁহি হাঁহি অতি সৰলভাৱে এই সাক্ষাতকাৰটোত লগতে কলে- তেওঁ যি কামেই নকৰক। তেওঁৰ কামক হঁহা বা উপলুঙা কৰাৰ অধিকাৰ মোৰ বা কাৰোৰে নাই।  মই লক্ষ্য কৰিছিলো যে, জনি চিনছেও পেছাগত আৰু ব্যক্তিগত জীৱনটো একাকাৰ নকৰে।

উল্লেখ কৰা প্ৰয়োজন যে, ভুবন বামৰ বৰ্তমান ইউটিউবৰ অনুৰাগীৰ সংখ্যা প্ৰায় ২৫মিলিয়ন।

 

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme