1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 10:47 pm
Trending:
মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي

আদানীয়ে সকলোকে ডুবাব নেকিঃ LIC আৰু SBIত টকা জমা কৰা সকলৰ বাজিছে বিপদঘন্টা…

  • Update Time : Monday, January 30, 2023

ডিজিটেল ডেস্কঃ কেৱল লোকচান আৰু লোকাচান। অতি কম সময়ৰ ভিতৰতে বিশ্বৰ দ্বিতীয় ধনী আৰু ভাৰতৰ প্ৰথম ধনী ব্যক্তিৰ আসনত অধিষ্ঠিত হোৱা গৌতম আদানীৰ ধন হোৰাহোৰে কমিছে। আজিকে (৩০জানুৱাৰী)  ধৰি ২৫ জানুৱাৰীৰ পিছত গৌতম আদানিৰ ৭ টা কোম্পানীৰ চেয়াৰ মাৰ্কেটত লোকচানৰ পৰিমাণ হলগৈ ৬৫ আৰৱ ডলাৰ অৰ্থাৎ ৫ লাখ ৩০ হেজাৰ কোটি টকা | আজিৰ দিনটোত লোকচান ১ লাখ ১০ হেজাৰ কোটি টকা | যোৱা সপ্তাহত গ্ৰুপটোৰ মুঠ লোকচানৰ পৰিমাণ আছিল ৪ লাখ ২০ হাজাৰ কোটি টকা |

এনে পৰিস্থিতিত এতিয়া আদানীৰ সংগ এৰিছে বহুতে। ইফালে যি সকলে এল আই চি(LIC) আৰু এছ বি আই(SBI)ত টকা জমা কৰিছিল সেইলোক সকলৰ বাবে বাজিছে বিপদঘন্টা। আদানী গ্ৰুপৰ শ্বেয়াৰ হ্ৰাসৰ লগে লগে এল আই চি আৰু এছ বি আইও বিপদৰ সন্মুখীন হৈছে। কিয়নো আদানী গ্ৰুপত এলআইচিআইয়ে বিনিয়োগ কৰিছিল ৭০ হাজাৰৰো অধিক টকা আৰু এছ বি আই য়ে বিনিয়োগ কৰিছিল হাজাৰ হাজাৰ কোটি টকা। এছ বি আইয়ে জমা ৰাশিৰ প্ৰায় ৪০ শতাংশ ঋণ প্ৰদান কৰিছিল আদানীক।

উল্লেখ কৰা প্ৰয়োজন যে, ২৭ জানুৱাৰী ২০২৩ ত আদানি গ্ৰুপৰ শ্বেয়াৰৰ সৈতে এল.আই.চি.-ৰ সংযুক্ত বিনিয়োগ ৬২,৬২১ কোটি টকালৈ হ্ৰাস পায়। ২৪ জানুৱাৰী, ২০২৩ তাৰিখে ইয়াৰ পৰিমাণ আছিল ৮১,২৬৮ কোটি টকা।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme