1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 2:21 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

বাট চাই ৰৈছে পত্নী-দুগৰাকী কন্যাইঃ চাৰি দিনেই ঘৰলৈ উভতি নাহিল সুভাষ…

  • Update Time : Friday, January 27, 2023

ডিজিটেল ডেস্কঃ নামনি অসমৰ বজালীৰ পুঠিমাৰী মৈৰামভিঠাৰ এগৰাকী লোক নিৰুদ্দেশ হৈ থকাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বিগত চাৰিদিন ধৰি মৈৰামভিঠাৰ নিজ ঘৰৰ পৰা সন্ধানহীন হৈ আছে সুভাষ বৰ্মন নামৰ লোকজন৷
২২ জানুৱাৰীত ঘৰৰ পৰা ওলাই গৈ আজিও সন্ধানহীন হৈ আছে সুভাষ বৰ্মন৷ মনোহাৰী দোকান দি ঘৰ চলাই থকা ৭০ বছৰীয়া সুভাষ বৰ্মন নিৰুদ্দেশ হৈ থকাত পৰিয়ালটোৱে দুঃচিন্তাত দিন পাৰ কৰিছে৷

কিছু পৰিমাণে মানসিকভাৱে অসুস্থ হৈ আছিল সুভাষ বৰ্মন৷ পত্নী, দুগৰাকী কন্যাৰ পিতৃ সুভাষ বৰ্মনৰ কোনো লোকে সন্ধান পালে ওচৰৰ আৰক্ষী থানা অথবা 7399929840, 6002429885ত যোগাযোগ কৰাৰ অনুৰোধ জনাইছে পৰিয়ালে৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme