1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 4:24 pm
Trending:
চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting

চাৰে আমাৰ আগতে BF চাইছিল আৰু কোঠালৈ মাতি নি…..

  • Update Time : Wednesday, January 25, 2023

ডিজিটেল ডেস্কঃ  স্কুলৰ ভিতৰতে ছাত্ৰীৰ সৈতে শিক্ষকে সংঘটিত কৰিলে অপকৰ্ম৷ মুম্বাই চহৰত এনে অমানৱীয় ঘটনা সংঘটিত হৈছে৷  বিদ্যালয়খনৰ অধ্যক্ষৰ বিৰুদ্ধে ছাত্ৰীৰ সৈতে অধ্যক্ষৰ কোঠাত অপকৰ্ম সংঘটিত কৰাৰ অভিযোগ আনি পৰিয়ালে গোচৰ ৰুজু কৰিছে। মুম্বাইৰ নাগপাডা অঞ্চলৰ এখন স্থানীয় বিদ্যালয়ত সংঘটিত হৈছে এই কাণ্ড। অভিযুক্ত শিক্ষকজনৰ বিৰুদ্ধে ইতিমধ্যে ভাৰতীয় দণ্ডবিধি আৰু পকচো আইনৰ অধীনত গোচৰ ৰুজু হৈছে। আৰক্ষীয়ে শিক্ষকজনক বৰ্তমানেও গ্ৰেপ্তৰ কৰিব পৰা নাই৷

আৰক্ষীয়ে জনোৱা অনুসৰি মুম্বাইৰ অভিজাত অঞ্চলৰ এখন বিদ্যালয়ত পঢ়ি আছিল ছাত্ৰীগৰাকী। অভিযুক্ত শিক্ষকজনে শিক্ষকতাৰ নামত ভুক্তভোগীজনক প্ৰতিদিনে কোঠালৈ মাতি নিছিল। তাৰ পিছতে ছাত্ৰীৰ সৈতে কথা পাতিবলৈ আৰম্ভ কৰি কাষলৈ মাতি নি শাৰীৰিক সম্পৰ্ক কৰিছিল। কেৱল সেয়াই নহয় প্ৰধান শিক্ষকজনে কোঠাত বহি নাবালক ছাত্ৰীৰ সন্মুখত পৰ্ণ চাইছিল।

দীৰ্ঘ সময় এই কাণ্ড অব্যাহত ৰাখিছিল শিক্ষকজনে। অত্যাচাৰৰ স্তৰ দিনক দিনে বাঢ়ি গৈছিল। অভিযোগ যে অভিযুক্ত শিক্ষকজনে এবাৰ ছাত্ৰজনক বিদ্যালয়ত কোঠাত বহি নিজৰ যৌনাঙ্গ দেখুৱাইছিল। নাবালক ছাত্ৰীক বিদ্যালয়ৰ ভিতৰত ধৰ্ষণ কৰাই নহয় অকথ্য অত্যাচাৰ চলাইছিল। ভুক্তভোগী ছাত্ৰীয়ে অৱশেষত সকলো কথা পৰিয়ালক খুলি কয়। ইয়াৰ পিছতে অভিযুক্ত প্ৰধান শিক্ষকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়। অভিযুক্ত শিক্ষকজন ঘটনাৰ পিছৰে পৰা পলাতক হৈ আছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme