1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 2:23 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

ৰাতিপুৱা গৰম পানী খাওতে এই নিয়মটো মানি চলক…

  • Update Time : Wednesday, January 25, 2023

ডিজিটেল ডেস্কঃ ৰাতিপুৱা শুই উঠাৰ পাছতে আপুনি গৰম পানী খায় নেকি! বহুলোকৰে শুই উঠিয়ে গৰম পানী খোৱাৰ অভ্যাস আছে। কিন্তু এই গৰম পানী খোৱাৰো এক নিয়ম আছে। এই নিয়ম যদি আপুনি মানি নচলে, তেন্তে গৰম পানীয়ে আপোনাৰ দেহত কোনো ধনাত্মক প্ৰভাৱ পেলাব নোৱাৰে। এতিয়া জানি লওঁক গৰম পানী কেনেকৈ খাব লাগে।

ৰাতিপুৱা গৰম পানী খোৱাৰ এঘন্টা পিছলৈকে অন্য কোনো খাদ্য খাব নালাগে। যদিহে এই ১ঘন্টাৰ ভিতৰত চাহৰ লগতে অন্য সামগ্ৰী আপুনি খায়, তেন্তে গৰম পানী খোৱাৰ কোনো অৰ্থ নাথাকে। ৰাতিপুৱা আপুনি গৰম পানী খোৱাৰ ১ঘন্টাৰ পাছতহে অন্য সামগ্ৰী খাব লাগে।

উল্লেখ কৰা প্ৰয়োজন যে, ৰাতিপুৱা গৰম পানী খোৱাৰ পাছত ১ঘন্টা সময়লৈকে সেই পানীখিনিয়ে দেশৰ সকলো কোষ সজীৱ কৰি তোলাৰ বাবে অবিৰত প্ৰচেষ্টা চলায়। ইয়াৰ মাজতে যদি অন্য সামগ্ৰী সেৱন কৰে তেন্তে গৰম পানীয়ে শৰীৰত সেই কাম খিনি সুচাৰু ৰূপে কৰিব নোৱাৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme