1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 4:51 pm
Trending:
চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting

ৰাতিপুৱা গৰম পানী খাওতে এই নিয়মটো মানি চলক…

  • Update Time : Wednesday, January 25, 2023

ডিজিটেল ডেস্কঃ ৰাতিপুৱা শুই উঠাৰ পাছতে আপুনি গৰম পানী খায় নেকি! বহুলোকৰে শুই উঠিয়ে গৰম পানী খোৱাৰ অভ্যাস আছে। কিন্তু এই গৰম পানী খোৱাৰো এক নিয়ম আছে। এই নিয়ম যদি আপুনি মানি নচলে, তেন্তে গৰম পানীয়ে আপোনাৰ দেহত কোনো ধনাত্মক প্ৰভাৱ পেলাব নোৱাৰে। এতিয়া জানি লওঁক গৰম পানী কেনেকৈ খাব লাগে।

ৰাতিপুৱা গৰম পানী খোৱাৰ এঘন্টা পিছলৈকে অন্য কোনো খাদ্য খাব নালাগে। যদিহে এই ১ঘন্টাৰ ভিতৰত চাহৰ লগতে অন্য সামগ্ৰী আপুনি খায়, তেন্তে গৰম পানী খোৱাৰ কোনো অৰ্থ নাথাকে। ৰাতিপুৱা আপুনি গৰম পানী খোৱাৰ ১ঘন্টাৰ পাছতহে অন্য সামগ্ৰী খাব লাগে।

উল্লেখ কৰা প্ৰয়োজন যে, ৰাতিপুৱা গৰম পানী খোৱাৰ পাছত ১ঘন্টা সময়লৈকে সেই পানীখিনিয়ে দেশৰ সকলো কোষ সজীৱ কৰি তোলাৰ বাবে অবিৰত প্ৰচেষ্টা চলায়। ইয়াৰ মাজতে যদি অন্য সামগ্ৰী সেৱন কৰে তেন্তে গৰম পানীয়ে শৰীৰত সেই কাম খিনি সুচাৰু ৰূপে কৰিব নোৱাৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme