1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:36 am

সুস্মিতাই আজি কান্দিছে! প্ৰেমিক ললিতৰ ৪হাজাৰ কোটি টকাৰ সম্পত্তিৰ এটকাও নাপালে মোহময়ী অভিনেত্ৰীগৰাকীয়ে…

  • Update Time : Sunday, January 15, 2023

ডিজিটেল ডেস্কঃ কিছুমাহ পূৰ্বে বলিউদৰ মোহময়ী অভিনেত্ৰী সুস্মিতা সেনৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলি চৰ্চালৈ আহিছিল আই পি এলৰ প্ৰাক্তন অধ্যক্ষ তথা উদ্যোগতপতি ললিত মোডী।  সেই একেগৰাকী ললিত মোডীয়ে পুনৰ চৰ্চালৈ আহিছে আন এটা কাৰনত। প্ৰায় ৪হাজাৰ ৫৫৫কোটি টকাৰ মালিক ললিত মোডীয়ে শেহতীয়াকৈ তেওঁৰ সম্পত্তিৰ উত্তৰাধিকাৰীৰ নাম ঘোষণা কৰিছে। অতি আচৰিতভাৱে তেওঁৰ এই বিশাল সম্পত্তিৰ এটকাও ভাগ নাপালে প্ৰেমিকা সুম্মিতা সেনে।

ললিত মোডীয়ে তেওঁৰ পৰ্বতসম সম্পত্তি আৰু সকলো ব্যৱসায়ৰ উত্তৰাধিকাৰী কৰিলে তেওঁৰ একমাত্ৰ পুত্ৰক।  প্ৰথমা পত্নীৰ পুত্ৰ ৰুচিৰ মোডীৰ নামত সকলো সম্পত্তি আনুষ্ঠানিকভাৱে লিখি দিলে ললিত মোডীয়ে। শেহতীয়াকৈ এই কথা ছচিয়েল মিডিয়াযোগে অৱগত কৰি ললিত মোডীয়ে লগতে কয়, তেওঁৰ কন্যা তথা ৰুচিৰ মোডীৰ ভগ্নী আলিয়া মোডীৰ সৈতে আলোচনা কৰি এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

ললিত মোডীয়ে টুইটাৰত টুইট কৰিছে এইদৰে- 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme