1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 1, 2024, 12:37 pm
Trending:
ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল! কি কৰিলে আপোনাৰ আঁঠুৰ বিয় ভাল হ’ব নিমিষতে! ‘কল্কি ২৮৯৮ ‘ ছবিখনে বৰ্তমানৰলৈকে কিমান টকা উপাৰ্জন কৰিলে? কিছু সৰু সৰু অভ্যাসে ধ্বংস কৰিব পাৰে যকৃত্! সুনীতাৰ বাবে বিশ্বজুৰি প্ৰাৰ্থনা, মহাকাশৰ পৰা সোঁশৰীৰে ধৰিত্ৰীলৈ আহিব পাৰিবনে সুনীতা? ৩০ জুন, দেওবাৰে উত্তৰণৰ সম্বৰ্দ্ধনা অনুষ্ঠান! কিমান বয়সৰ লোকৰ ডেংগুত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি? বিয়াৰ বাবে স্বামী-স্ত্ৰীৰ মাজৰ বয়সৰ পাৰ্থক্য কিমান হ’ব লাগে?

৪০লাখ পৰা ১কোটিঃ এইসকল সাংবাদিকৰ দৰমহাৰ কথা জানিলে মূৰ ঘুৰাই যাব আপোনাৰ…

  • Update Time : Monday, January 9, 2023

ডিজিটেল ডেস্কঃ আৰ্থিক দিশৰ পৰা সাংবাদিকসকলৰ অৱস্থা বৰ-বেছি সুচল নহয় বুলি ভৱা হও যদিও বৰ্তমান বহু সাংবাদিকৰ দৰমহা মাহে লাখ তথা কোটি টকা। কিছুদিনৰ আগেয়ে এন ডি টিভিৰ পৰা ওলাই যোৱা সাংবাদিক ৰবীশ কুমাৰৰ মাহিলী দৰমহা প্ৰায় ১৫-২০লাখ টকা আছিল বুলি চৰ্চা হৈছে।

ইফালে ইণ্ডিয়া টিভিৰ চেয়াৰমেন ৰজত শৰ্মাই মাহিলী দৰমহা হিচাপে ৪০লাখৰো অধিক টকা লয় বুলি জানিব পৰা গৈছে। দেশৰ এগৰাকী আগশাৰীৰ সাংবাদিক ৰাজদ্বীপ চৰদেশাইয়ে এটা মাহত ৮০লাখৰো অধিক টকা দৰ্মহা হিচাপে লাভ কৰে।

আনফালে অসম সন্তান তথা ৰিপাব্লিক মিডিয়া নেটৱৰ্কৰ স্বতাধিকাৰী অৰ্ণৱ গোস্বামীয়ে মাহে প্ৰায় ১কোটি টকাৰ দৰ্মহা লয় বুলি চৰ্চা হৈছে। উল্লেখ কৰা প্ৰয়োজন যে, আমাৰ ৰাজ্যতো কেইবাগৰাকীও সাংবাদিকে মাহিলী লাখ টকাৰ দৰমহা লাভ কৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme