1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 7:15 am
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

দুৰ্ঘটনা সংঘটিত কৰা কেইবা ঘন্টাৰ পিছত থানালৈ আহি বৰষাৰাণীয়ে কলে- মই কেতিয়াও পলৰীয়া নহয়…

  • Update Time : Monday, December 19, 2022

ডিজিটেল ডেস্কঃ দুৰ্ঘটনা সংঘটিত কৰিয়ে উক্ত স্থানৰ পৰা প্ৰায় ১কিঃমিঃ আঁতৰত গাড়ী ৰখাই , সেই গাড়ী তাতেই এৰি অন্য স্থানলৈ যাত্ৰা কৰা বৰষাৰাণী বিষয়া আৰু তেওঁৰ স্বামী ভাস্কৰ বৰুৱাই অৱশেষত মুখ খুলিলে সাংবাদিকৰ আগত। যিখন গাড়ীৰ সৈতে তেওঁলোকৰ সংঘৰ্ষ হৈছিল তেওঁলোকৰ সৈতে মিলা-মিছাৰে সকলো মীমাংসা কৰা বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰিলে বৰষাৰাণীয়ে।

নিশা দুৰ্ঘটনা সংঘটিত কৰিয়ে উক্ত স্থানৰ পৰা নাইকিয়া হোৱাৰ সন্দৰ্ভত বৰষাৰাণীক সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়- আমি এতিয়া সকলো বুজাবুজি কৰিলো।  মই তেওঁলোকৰ খবৰ নিশাৰে পৰা বিভিন্নজনৰ পৰা ৰাখি আছিলো। ভাগ্যৰ কৃপাত আমাৰ কাৰোৰে একো হোৱা নাই।

সাংবাদিকে বৰষাক প্ৰশ্ন কৰিছিল যে, দুৰ্ঘটনা সংঘটিত কৰিয়ে উক্ত স্থানৰ পৰা প্ৰায় ১কিঃমিঃ আঁতৰত গাড়ী ৰখাই , সেই গাড়ী তাতেই এৰি অন্য স্থানলৈ পলায়ন কৰা বুলি এক অভিযোগ উত্থাপন হৈছে! সেই প্ৰশ্নৰ উত্তৰত বৰষাৰাণীয়ে কয়- পলায়ন শব্দটো বেয়া শব্দ। আৰু বৰষাৰাণী কেতিয়াও পলৰীয়া নহয়।

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme