1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 10:00 pm
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

জনতাৰ বাবে দিনে-ৰাতিয়ে ঘূৰি ফুৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিমান টকাৰ দৰমহা পায়, জানেনে….

  • Update Time : Saturday, December 10, 2022

ডিজিটেল ডেস্কঃ কেতিয়াবা ভাৱি চাইছেনে আমাৰ দেশৰ ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে কিমান টকাৰ দৰমহা পায়। নাইবা আপুনি জানেনে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কিমান টকাৰ দৰমহা পায়। আজি জানো আহক এওলোকৰ দৰমহাৰ বিষয়ে।

দেশৰ প্ৰথম নাগৰিক  তথা ৰাষ্ট্ৰপতিয়ে কিমান টকাৰ দৰমহা পায় আপুুনি শুনিলে আচৰিত হব। আমাৰ দেশৰ ৰাষ্ট্ৰপতিয়ে দৰমহা পায় ৫লাখ টকা।  ইয়াৰ লগত থাকে অন্যান্য সুবিধা সমূহ।

President of India on Twitter: "Full text of the address of President Droupadi Murmu on the eve of 76th Independence Day English: https://t.co/JU4nC72cNY Hindi: https://t.co/5gjNq5iunT https://t.co/CQRRz4NP4I" / Twitter

ইফালে উপৰাষ্ট্ৰপতিয়ে দৰমহা পায় ৪লাখ টকা আৰু প্ৰধানমন্ত্ৰীয়ে দৰমহা পায় ২লাখ টকা। এই দৰমহাৰ উপৰিও এওলোকৰ ঘৰ, গাড়ীৰ লগতে অন্যান্য বিভিন্ন সুবিধা উপলদ্ধ থাকে।

No matter how powerful…': PM Modi's firm message on corruption | Latest News India - Hindustan Times

ইফালে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে দৰমহা হিচাপে লাভ কৰে মাহে ৫০হাজাৰ টকা। দেশৰ ভিতৰত কেৱল উৰিষ্যাৰ মুখ্যমন্ত্ৰীয়েহে ১লাখ টকাৰ দৰমহা লয়। বাকী সকলো ৰাজ্যতে এগৰাকী মুখ্যমন্ত্ৰীয়ে দৰমহা পায় ৫০হাজাৰ টকা। অসমৰ মুখ্যমন্ত্ৰীয়েও ঠিক তেনেদৰে লাভ কৰে ৫০হাজাৰ টকাৰ দৰমহা। বাকী বিভিন্ন সুবিধা সমূহ সুকীয়াকৈ লাভ কৰে তেওঁলোকে।

Assam CM Himanta hits out at Chowdhury over 'rashtrapatni' remark - The Hindu

 

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme