1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 2:21 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাদেজাৰ পত্নী MLA হ’ল…

  • Update Time : Thursday, December 8, 2022

ডিজিটেল ডেস্কঃ ৮ডিচেম্বৰ, ২০২২। ক্ৰিকেটাৰ ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাদেজাৰ পত্নী ৰিভাবা আজি বিধায়ক হিচাপে নিৰ্বাচিত হৈছে। গুজৰাটৰ জামনগৰ উত্তৰ আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি বিজেপিৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে ৰিভাবা।  উল্লেখ কৰা প্ৰয়োজন যে, ৰিভাবা এগৰাকী উচ্চশিক্ষিত যুৱতী। ১৯৯০ চনৰ ৫ ছেপ্টেম্বৰত গুজৰাট (ৰিভাবা জাদেজা পৰিয়াল)ত জন্মগ্ৰহণ কৰিছিল ৰিভাবা জাদেজাৰ।

ৰিভাবা জাদেজাক ৰিভা সোলাংকি বুলিও জনা যায়। ৰাজকোটৰ আটমিয়া ইনষ্টিটিউট অৱ টেকন’লজি এণ্ড ছায়েন্সৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিং অধ্যয়ন কৰিছে। ৰিভাবা জাদেজাই ২০১৭ চনৰ ১৭ এপ্ৰিলত ভাৰতীয় ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাদেজাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। দুয়োৰে পাৰ্টিত লগ হৈছিল। ২০১৯ চনত ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হোৱাৰ পূৰ্বে ৰাজপুত সংগঠন কৰ্ণী সেনাৰ মহিলা শাখাৰ সভানেত্ৰী আছিল।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme