1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 4:26 am

এটা দুটকীয়াৰ পৰা উপাৰ্জন কৰক ৫লাখ টকা! কেনেকৈ, পঢ়ি লওঁক সবিশেষ…

  • Update Time : Tuesday, November 30, 2021

ডিজিটেল ডেস্কঃ পুৰণি এটা দুটকীয়া মুদ্ৰাৰ পৰা আপুনি হব পাৰে লাখপতি। আচৰিত যেন লাগিলেও কিন্তু এই কথা একেবাৰে মিছা নহয়। এটা ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি কিছু চৰ্ত সাপেক্ষে এটা দুটকীয়া মুদ্ৰাৰ পৰা এগৰাকী লোকে ঘটিব পাৰে ৫লাখ টকা পৰ্যন্ত ধন।

অনলাইনযোগে এই সুবিধা প্ৰদান কৰা গৈছে যদিও ইয়াৰ বাবে উক্ত দুটকীয়া মুদ্ৰাটো হব লাগিব ১৯৯৪, ১৯৯৫, ১৯৯৭ অথবা ২০০০চনৰ। এতিয়া কথা হল, কি পদ্ধতিৰে আপুনি অনলাইন যোগে এই মুদ্ৰাটো বিক্ৰীৰ বাবে উপযুক্ত হয়নে নহয় তাক পৰীক্ষা কৰিব। তাৰ বাবে আপুনি যাব লাগিব এই প্ৰক্ৰিয়াৰ মাজেৰে-

  • আপুনি প্ৰথমে OLXৰ ৱেবচাইটলৈ যাওঁক।
  • প্ৰথমে আপুনি ইয়াত এগৰাকী বিক্ৰেতা হিচাপে ৰেজিষ্ট্ৰাৰ কৰক।
  • ইয়াৰ পাছতে মুদ্ৰাটোৰ দুয়োটাফালৰ ফটো আপলোড কৰক।
  • ইয়াৰ পাছতে আপোনাৰ মোবাইল নাম্বাৰ আৰু ই মেইল আই ডি তাত দিয়ক।
  • ইয়াৰ পাছতে আপুনি দিয়া তথ্য খিনি পুনৰ পৰীক্ষা কৰক।
  • ইয়াৰ পিছতে আপোনাৰ এই মুদ্ৰাটি বিক্ৰীৰ বাবে উপযুক্ত হয়নে নহয়, তাৰ ভেৰিফাই মেছেজ আহিব আপোনাৰ ফোনলৈ…

 

 

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme