1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 11:53 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

Engaged- আচুৰ্যৰ কইনাজনীৰ আগতে নেদেখা কেইখনমান PHOTOS…

  • Update Time : Tuesday, December 6, 2022

ডিজিটেল ডেস্কঃ বিয়াৰ বতৰটো আৰু অধিক গৰম কৰিলে জনপ্ৰিয় কন্ঠশিল্পী আচুৰ্য বৰপাত্ৰই। বহুদিনীয়া প্ৰেমৰ সম্পৰ্কক ৰাজহুৱা কৰি প্ৰেয়সীক আঙুঠি পিন্ধালে আচুৰ্যই।

May be an image of 2 people and people standing

যোৰহাটৰ এটা বিবাহ ভবনত অনুষ্ঠিত কৰিলে আঙঠি পিন্ধোৱা পৰ্ব।

No photo description available.

যোৱা মীনাক্ষি বৰঠাকুৰৰ সৈতে সোমবাৰে হৈ গ’ল আচুৰ্যৰ আঙঠি পিন্ধোৱা পৰ্ব। এই পৰ্বৰ কথা ৰাজহুৱা কৰি আচুৰ্যই লিখিলে Engaged।

May be an image of one or more people, people standing and jewelry

ঠিক তেনেদৰে মীনাক্ষিয়েও লিখিলে Engaged।

No photo description available.

উল্লেখ কৰা প্ৰয়োজন যে, মীনাক্ষিৰ আন এটা নাম ৰুণজুন। আচুৰ্য আৰু মীনাক্ষিৰ যুটীলৈ বিভিন্নজনে জনাইছে শুভকামনা।

No photo description available.

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme