1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 7:34 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

মানুহে মানুহক জানো এনেকৈ মাৰিব পাৰে?- কালিৰে পৰা অনিমেষৰ মাতৃৰ এটাই প্ৰশ্ন…

  • Update Time : Tuesday, November 30, 2021

ডিজিটেল ডেস্কঃ  মানুহে মানুহক জানো এনেকৈ মাৰিব পাৰে? কোনোদিন কাৰো অপকাৰ নকৰা লৰাটোক কেনেকৈ মাৰি পেলালে সিহতে- কান্দি কান্দি আউলি বাউলি হৈ থকা অনিমেষৰ মাকে বাৰে বাৰে সকলোকে কৰিছে এই প্ৰশ্ন।  মৰমত ডাঙৰ দীঘল কৰা অতি আমায়িক লৰা অনিমেষৰ নৃশংস হত্যাকাণ্ডৰ পিছতে এতিয়া উত্তপ্ত সমগ্ৰ ৰাজ্য।

আৰক্ষীয়ে পৰ্যায়ক্ৰমে কেইবাগৰাকী অপৰাধীক কৰায়ত্ত্ব কৰিছে যদিও দোষীক কঠোৰ শাস্তিৰ দাবীত এতিয়া ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ আছুৰ লগতে সাধাৰণ জনতাই সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। মঙলবাৰে পুৱাই অনিমেষৰ ঘৰত উপস্থিত হৈছে  আছুৰ কেন্দ্ৰীয় নেতৃত্ব। মুখ্য উপদেষ্টা সমুজ্জল ভট্টাচাৰ্যৰ নেতৃত্বত কেইবাখনো জিলাৰ প্ৰতিনিধি উপস্থিত হৈছে অনিমেষৰ ঘৰত।

ইফালে শোকাৱহ এই ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে দোষীক কেতিয়াও ৰেহাই দিয়া নহয় বুলি উল্লেখ কৰিছে। অনিমেষৰ পৰিয়াললৈ ৫লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰাৰ লগতে এনে ঘটনা আৰু কেতিয়াও নঘটনাৰ কামনা কৰিছে মুখ্যমন্ত্ৰীয়ে।

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme