1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 7:21 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

আকাশমাৰ্গতো প্ৰদূষণ! গৌৰৱ গগৈয়ে কিয় সাঙুৰিলে প্ৰধানমন্ত্ৰীক?

  • Update Time : Monday, November 29, 2021

ডিজিটেল ডেস্কঃ দিল্লীৰ প্ৰদুষণৰ মাত্ৰা অত্যাধিক হাৰত বৃদ্ধি হৈছে। শেহতীয়াভাৱে দিপাৱলীৰ পিছতেই দিল্লীত প্ৰদূষণৰ মাত্ৰা অত্যাধিক বৃদ্ধি হোৱাত বহুকেইটা অঞ্চলত গৃহবন্দীও হৈছিল জনতা।

সোমবাৰে টুইটযোগে সাংসদ গৌৰৱ গগৈয়েও প্ৰদূষণৰ মাত্ৰা দেখুৱাই শ্বেয়াৰ কৰিছে কেইখনমান বিশেষ ফটো। উত্তৰ পূৰ্বাঞ্চলৰ পৰা দিল্লীৰ দূৰত্ব। আকাশমাৰ্গেৰে যাত্ৰা কৰোতেও পৰিস্ফুত হৈছে প্ৰদূষণৰ মাত্ৰা। উত্তৰ পূবৰ পৰা দিল্লীলৈ আগবঢ়াৰ পথটো প্ৰদূষণৰ বাবেই ধুৱলি-কুৱলি হৈ পৰা দেখা গৈছে। প্ৰদূষণৰ মাত্ৰা কেনেধৰণে বৃদ্ধি হৈছে ৰাজধানী দিল্লীত সেই কথা দেখুওৱাবলৈকে প্ৰধানমন্ত্ৰীৰ নাম উল্লেখ কৰি গৌৰৱ গগৈয়ে শ্বেয়াৰ কৰিছে বিশেষ ফটো কেইখন।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme