1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2024, 6:03 pm
Trending:
ৰাজ্যসভাত প্ৰথমটো ভাষণতেই দেশবাসীৰ অন্তৰ জিনিলে সাংসদ সুধা মূৰ্তিয়ে আপোনাৰ চকুৰ বিষ বা জ্বলা-পোৰা সমস্যা হৈছে নেকি? আমলখি ব্যৱহাৰ কৰি লাভ কৰক সুফল! উক্ত তাৰিখটোৰ পৰা কেতুৱে ভাগ্য উদয় কৰিব এই তিনি ৰাশিৰ জাতক-জাতিকাক পদিনা খাইনে আপুনি? পদিনাই নাইকিয়া কৰিব আপোনাৰ শৰীৰৰ ভিন্ন সমস্যা! ৰিচাৰ প্ৰশ্নৰ অনুৰাগীয়ে দিলে এনে উত্তৰ, ৰিচা হৈ পৰিল একেবাৰে নিৰুত্তৰ আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে?

আকাশমাৰ্গতো প্ৰদূষণ! গৌৰৱ গগৈয়ে কিয় সাঙুৰিলে প্ৰধানমন্ত্ৰীক?

  • Update Time : Monday, November 29, 2021

ডিজিটেল ডেস্কঃ দিল্লীৰ প্ৰদুষণৰ মাত্ৰা অত্যাধিক হাৰত বৃদ্ধি হৈছে। শেহতীয়াভাৱে দিপাৱলীৰ পিছতেই দিল্লীত প্ৰদূষণৰ মাত্ৰা অত্যাধিক বৃদ্ধি হোৱাত বহুকেইটা অঞ্চলত গৃহবন্দীও হৈছিল জনতা।

সোমবাৰে টুইটযোগে সাংসদ গৌৰৱ গগৈয়েও প্ৰদূষণৰ মাত্ৰা দেখুৱাই শ্বেয়াৰ কৰিছে কেইখনমান বিশেষ ফটো। উত্তৰ পূৰ্বাঞ্চলৰ পৰা দিল্লীৰ দূৰত্ব। আকাশমাৰ্গেৰে যাত্ৰা কৰোতেও পৰিস্ফুত হৈছে প্ৰদূষণৰ মাত্ৰা। উত্তৰ পূবৰ পৰা দিল্লীলৈ আগবঢ়াৰ পথটো প্ৰদূষণৰ বাবেই ধুৱলি-কুৱলি হৈ পৰা দেখা গৈছে। প্ৰদূষণৰ মাত্ৰা কেনেধৰণে বৃদ্ধি হৈছে ৰাজধানী দিল্লীত সেই কথা দেখুওৱাবলৈকে প্ৰধানমন্ত্ৰীৰ নাম উল্লেখ কৰি গৌৰৱ গগৈয়ে শ্বেয়াৰ কৰিছে বিশেষ ফটো কেইখন।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme