1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 10:19 am

মানুহৰো যে চখ! কি খাইছে এইয়া…?

  • Update Time : Sunday, November 28, 2021

ডিজিটেল ডেস্কঃ বাৰানসীৰ বাবা বিশ্বনাথৰ এগৰাকী আইতাই অদ্ভুত কাৰুকাৰ্যৰ বাবে সমগ্ৰ দেশতে চৰ্চিত হৈছে৷ চৰ্চাৰ কাৰণ হৈছে আইতাগৰাকীৰ অদ্ভুত খাদ্যভাষ৷ কুচুমাৱতী নামৰ বৃদ্ধা মহিলাগৰাকীয়ে খোৱা খাদ্যই আপোনাকো আচৰিত কৰি তুলিব৷

কুচামাৱতী নামৰ বৃদ্ধাগৰাকীয়ে প্ৰতিদিনে খাদ্যৰ সৈতে প্ৰায় আধা কিলো বালি খায়। কুচামাৱতীৰ বৰ্তমান বয়স প্ৰায় ৮০ বছৰ। জানিব পৰা মতে তেওঁ ১৮ বছৰ বয়সৰ পৰাই এনেকৈ খাই আহিছে বালি। উত্তৰ প্ৰদেশৰ এই বৃদ্ধাগৰাকীয়ে কয় যে তেওঁ নিজৰ স্বাস্থ্যক স্বাস্থ্যৱান ৰাখিবলৈকে বালি খায়। তেওঁৰ এই অদ্ভুত অভ্যাসৰ বাবেই সমগ্ৰ বিশ্বতে বিখ্যাত হৈছে কুচুমাৱতী নামৰ আইতাগৰাকী।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme