1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 1:15 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

জীৱন সুখী হ’বলৈ এই ৬টা কথা মনত ৰাখক…

  • Update Time : Monday, November 7, 2022

ডিজিটেল ডেস্কঃ  সুখী হবলৈ সকলোৱে বিচাৰি ফুৰে। কোনোবাই জীৱনটো সুখ বিচাৰিয়ে হাবাথুৰি খায়। কিন্তু কিছুমান বিশেষ কথাৰ প্ৰতি মনোযোগ দিলে আপুনি সুখী হোৱাটো একপ্ৰকাৰৰ নিশ্চিত। পঢ়ি লওক তলৰ ৬টা এই কথা-

১) আনৰ পৰা একো আশা নকৰিব৷

২) আপুনি যিখিনি পাইছে সেইখিনি লৈ আনন্দ কৰক৷

৩) নিজৰ মনটোত এখন সুখৰ ঘৰ সাজক৷ সকলো ভাগি-ছিগি গ’লেও সেইখন ঘৰ কোনেও ভাঙিব নোৱাৰে৷ বাহিৰৰ কোনো শক্তিয়ে সেইখন ঘৰ একোৱেই কৰিব নোৱাৰে৷

৪) গুণগুণাই গান গাওক৷ প্ৰতিদিনে আপোনাৰ গা-ধোৱা ঘৰটো আপোনাৰ তালফাল সংগীত সাধনাৰ গৃহ ৰূপে ব্যৱহাৰ কৰক৷ আপুনি নাভাবিব যে আপোনাৰ বয়স বহুত হ’ল গতিকে আপুনি গান গুণগুণোৱাটো বেয়া কথা৷ গান গুণগুণোৱাহে ভাল কথা৷

৫) মাজে মাজে আপোনাৰ এনেকুৱা ভাৱ হয় নেকি যে আপোনাৰ চাৰিওপিনে থকা সকলো মানুহ আপোনাৰে শত্ৰু? যদি তেনেকুৱা ভাৱ হয়, তেন্তে নিজক এজন বিচক্ষণ চোৰাংচোৱা বিষয়া বুলি ভাবি লওক৷ এজন চোৰাংচোৱাই শত্ৰুৰ সম্পৰ্কে যিমানখিনি কথা জানে, সিমানখিনি আন কোনেও নাজানে৷ গতিকে কোনো শত্ৰুৱে আপোনাক একো কৰিব নোৱাৰে৷ এজন চোৰাংচোৱা বিষয়াৰ যিমান শত্ৰু সিমানবোৰ শত্ৰু আপোনাৰ আছে জানোঁ??

৬) আপুনি এজন যোদ্ধা৷ গতিকে আপুনি বিৰক্ত নহ’ব, মনলৈ অশান্তি আহিবলৈ নিদিব৷ কোনো যোদ্ধায়েই বিৰক্ত নহয়, কোনো যোদ্ধায়েই মনত কোনো অশান্তি নাৰাখে, তেওঁলোকে মাথোঁ তীক্ষ্ণ দৃষ্টি ৰাখি যুঁজ কৰে৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme