1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 11:58 am

কিমান হব পাৰে এটা ছাগলীৰ দাম, কল্পনা কৰকচোন…

  • Update Time : Friday, November 26, 2021

ডিজিটেল ডেস্কঃ এটা ছাগলীৰ দাম ১৫.৬ লাখ টকা। বিশ্বাস কৰিব পৰা নাই ছাগে আপুনি? কিন্তু এয়া মিছা বাতৰি নহয়। অষ্ট্ৰেলিয়াৰ এটা ছাগলীয়ে নিজৰ দামৰ বাবে চৰ্চা লাভ কৰিছে। মাৰাকেশ নামৰ এই ছাগলীটো ২১,০০০ ডলাৰ অৰ্থাৎ ভাৰতীয় মূল্যত ১৫.৬ লাখ টকা দামত বিক্ৰী কৰা হৈছে।

এইটোৱেই বিশ্ব ভিতৰতে সবাতোকৈ দামী ছাগলী বুলি বহুকেইটা সংবাদমাধ্যমত বাতৰি প্ৰকাশ হৈছে। দ্য গাৰ্জিয়ান (The Guardian)ৰ এক প্ৰতিবেদন অনুসৰি, এই ছাগলীটো এণ্ড্ৰিউ মোছলে নামৰ এজন লোকে ক্ৰয় কৰিছে । এই ছাগলীটোৰ বিশেষত্ব হৈছে ই অত্যন্ত ষ্টাইলিছ।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme