1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 12:58 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

পলাই গৈছিল প্ৰেমিকলৈ! কিন্তু প্ৰেমিকৰ বায়েক-ভিনিয়েকে অপচন্দ কৰি আনি দিলে অন্য এগৰাকীক….

  • Update Time : Friday, September 23, 2022

 ডিজিটেল ডেস্কঃ   বকোৰ এগৰাকী যুৱতী পলাই গৈছিল এগৰাকী যুৱকলৈ।  ঘটনাৰ বিৱৰণ মতে বকো থানাৰ অন্তৰ্গত ২নং দক্ষিণ ছেখাদাৰীগাঁৱৰ সভ্যা ৰাভা (২৩) নামৰ যুৱতী গৰাকী  ১নং দক্ষিণ ছেখাদাৰীগাঁৱৰ যুৱক প্ৰিয়দেৱ ৰাভালৈ পলাই গৈছিল। কিন্তু  প্ৰিয়দেৱ ৰাভাৰ বায়েক আৰু ভিনিহিয়েকৰ বোৱাৰী হিচাপে সভ্যা ৰাভাক পচন্দ কৰা নাছিল। কেৱল পচন্দই নহয় তেওঁলোকে প্ৰিয়দেৱ ৰাভাৰ বাবে বিয়া কৰি লৈ আহে অন্য এগৰাকী যুৱতীক।

এই কথাত মনোকষ্ট পাই নিশা প্ৰায় ১০ বজাত সভ্যা ৰাভাই ঘৰৰ কাষৰ কামাখ্যা-যোগীঘোপা ব্ৰডগজ ৰে’লপথেৰে চলাচল কৰা ৰে’লৰ সন্মুখত জপিয়াই আত্মহনন কৰে। এই ঘটনাৰ পাছতে প্ৰিয়দেৱ ৰাভাৰ পৰিয়ালৰ সদস্যক আটক কৰিছে আৰক্ষীয়ে।

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme