ৰাজু শ্ৰীবাস্তৱক লৈ চিকিৎসকে দিলে এটা বেয়া খবৰ…
-
Update Time :
Friday, September 2, 2022
- পুনৰ অৱনতি ঘটিছে কমেডিয়ান ৰাজু শ্ৰীবাস্তৱৰ স্বাস্থ্য।
- শেহতীয়া খবৰ অনুসৰি, তীব্ৰ জ্বৰত ভুগিছে কমেডিয়ানগৰাকী।
- ১০০ডিগ্ৰী জ্বৰৰ বাবে পুনৰ ভেন্টিলেশ্যনত ভৰ্তি কৰা হৈছে ৰাজু শ্ৰীবাস্তৱক।
- ইনফেকশ্যনৰ বাবে বাৰে বাৰে তীব্ৰ জ্বৰত ভুগিছে কমেডিয়ানগৰাকী।
- শেহতীয়াকৈ তেওঁৰ স্বাস্থ্য কিছু উন্নত হৈছিল।
- বিগত প্ৰায় ২৪দিন ধৰি দিল্লীৰ এইমছত ভৰ্তি হৈ আছিল ৰাজু শ্ৰীবাস্তৱক।
🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক
More News Of This Category