বাৰে বাৰে পলায়নৰ চেষ্টাঃ পৰেশ বৰুৱাই চাইফুলক দিলে মৃত্যুদণ্ড…
-
Update Time :
Wednesday, August 31, 2022
- আলফা স্বাধীনৰ পুনৰ চৰম সিদ্ধান্ত।
- শিবিৰ এৰি পলাবলৈ চেষ্টা কৰা সদস্যক মৃত্যুদণ্ড।
- এটা ভিডিঅযোগে এই কথা সদৰি কৰিছে আলফা স্বাধীনে।
- মহম্মদ চাইফুল ইছলাম ওৰফে কৰ্পৰেল ৰিহন অসমক মৃত্যুদণ্ড।
- ভিডিঅত নিজ মুখে অপৰাধ কৰা বুলি স্বীকাৰ কৰিছে ৰিহনে।
- এবাৰ পলায়ন কৰোতে পুনৰ পলায়ন নকৰো বুলি প্ৰতিশ্ৰুতি দিয়াৰ পিছতো পলায়ন কৰিছিল চাইফুলে
🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক
More News Of This Category