কি যে মায়া! অৱশেষত বিজেপিত যোগদান কৰিবলৈ সাজু চনু চুদ!
-
Update Time :
Monday, August 22, 2022
- অচিৰেই বিজেপিত যোগদান কৰিব পাৰে অভিনেতা চনু চুদে।
- ইতিমধ্যে বিজেপিৰ কেইবাগৰাকীও শীৰ্ষ নেতাৰ সৈতে মিলিত হৈছে চনু।
- বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বি এল সন্তোষৰ সৈতেও বৈঠকত বহিছে চনু।
- সকলো ঠিকে ঠাকে থাকিলে চলিত বছৰৰ শেষৰফালে যোগদান কৰিব পাৰে বিজেপিত।
- অৱশ্যে এই বিষয়ক লৈ মুখ খোলা নাই বিজেপি নাইবা চনু চুদে।
🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক
More News Of This Category