1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 7:43 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

আজি পবিত্ৰ ৰাখী বন্ধন…

  • Update Time : Thursday, August 11, 2022

ডিজিটেল ডেস্কঃ আজি পবিত্ৰ ৰাখী বন্ধন। ভাতৃ-ভগ্নীৰ সম্পৰ্কক অন্য মাত্ৰা দিয়াৰ এক উৎসৱ। প্ৰতি বছৰে শাওন মাহৰ পূৰ্ণিমাৰ তিথিত এই উৎসৱ পালন কৰা হয়।  হিন্দু (Hindu) ধৰ্মত ৰাখী বন্ধন উৎসৱক ভাতৃ-ভগ্নীৰ প্ৰেমৰ প্ৰতীক বুলি গণ্য কৰা হয়।  ইয়াৰ মাজতে, ভগ্নীসকলে তেওঁলোকৰ ভাতৃসকলৰ সমৃদ্ধি আৰু দীৰ্ঘজীৱনৰ বাবে তেওঁলোকৰ মণিবন্ধত ৰঙীন ৰাখী বান্ধে। ভাতৃসকলে তেওঁলোকৰ ভগ্নীসকলক সুৰক্ষা দিবলৈ প্ৰতিশ্ৰুতি দিয়ে আৰু উপহাৰ দিয়ে।

হিন্দু পঞ্চাঙৰ মতে,শাওণ মাহৰ পূৰ্ণিমা দিৱসত ৰক্ষা বন্ধন উৎসৱ পালন কৰা হয়। ইংৰাজী বৰ্ষপঞ্জী অনুসৰি, উৎসৱটো জুলাই বা আগষ্ট মাহত পৰে।

ইফালে পুৱাই দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে কৰিলে টুইট। সকলো দেশবাসীৰ পবিত্ৰ ৰাখী বন্ধনৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme