মইনাই পালে ১৩লাখ ৪১ হাজাৰ ৪৯৮ টকা…
-
Update Time :
Wednesday, August 10, 2022
- অৱশেষত মইনা নায়কে লাভ কৰিছে চৰকাৰী ক্ষতিপূৰণ।
- এই ক্ষতিপূৰণ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে প্ৰদান কৰে মইনা নায়কক।
- মুঠ ১৩ লাখ ৪১ হাজাৰ ৪৯৮ টকা ক্ষতিপূৰণ হিচাপে লাভ কৰিছে মইনাই।
- আনহাতে এই সময়ছোৱাতেই মন্ত্ৰী সঞ্জয় কিষাণে চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিৰ সিদ্ধান্ত ইতিবাচক আখ্যা দিছে।
- চৰকাৰ আৰু চাহ মজদুৰ সন্থা, ট্ৰেড ইউনিয়নৰ আলোচনাক পিছত চাহ শ্ৰমিকৰ মজুৰি ২৩২ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
- উল্লেখ্য যে, ডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিছাৰ ফেক্টৰিত কাম কৰি থকাৰ সময়ত দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত হৈছিল মইনা নায়ক।
🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক
More News Of This Category