1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 12:07 pm

আৰ্শীবাদ কৰক- ‘বাবলী’ মাতৃ হল…

  • Update Time : Thursday, November 18, 2021

ডিজিটেল ডেস্কঃ বলিউদৰ বাবলী মাতৃ হল। যমজ সন্তানৰ মাতৃ হোৱাৰ পিছত প্ৰীতি জিন্টাই অনুৰাগীক নিজে জনালে এই সুখবৰ। প্ৰীতিয়ে লিখিছে যে- মই আজি আপোনালোকক আমাৰ জীৱনৰ এটা খুব ধুনীয়া খবৰ দিব বিচাৰিছোঁ। মই আৰু মোৰ স্বামী জেনে আজি বহুত সুখী। আমাৰ হৃদয় মৰম আৰু কৃতজ্ঞতাৰে ভৰি আছে, কিয়নো আমাৰ ঘৰত দুটা যমজ সন্তান জয় জিণ্টা গুডেনাফ আৰু জিয়া জিণ্টা গুডেনাফৰ জন্ম হৈছে।”

প্ৰীতিয়ে তেওঁৰ নতুন জীৱনক সুখেৰে আদৰণি জনাইছে। প্ৰীতিয়ে এই পোষ্টটো শ্বেয়াৰ কৰাৰ লগে লগে বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা অনুৰাগীসকলে মৰম আৰু অভিনন্দন জ্ঞাপন কৰিছে। স্বামী জেনে গুডেনাফেও ছচিয়েল মিডিয়াযোগে সকলো অনুৰাগীৰ পৰা আৰ্শীবাদ বিচাৰিছে। উল্লেখ্য যে, ৪৬বছৰ বয়সত মাতৃত্বৰ মাতৃত্বৰ সোৱাদ লাভ কৰে প্ৰীতিয়ে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme