1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 1:22 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

সাৱধানঃ বাইকত কম তেল থাকিলে ভৰিব লাগিব ২৫০টকাৰ জৰিমনা!

  • Update Time : Thursday, July 28, 2022

ডিজিটেল ডেস্কঃ এতিয়াৰে পৰা আপোনাৰ গাড়ীত যদি কম তেল থাকে তেতিয়াও ভৰিব লাগিব জৰিমনা। শেহতীয়াকৈ এগৰাকী ব্যক্তিৰ বাইকত কম তেল থকাৰ বাবেই ভৰিব লগা হল ২৫০টকাৰ জৰিমনা। যান-বাহন আৰক্ষীৰ এনে কাণ্ডক লৈ এতিয়া সৰ্বত্তে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। BikeDekho নামৰ পৰ্টেলটোৱে দিয়া ৰিৰ্পট অনুসৰি, এখন বুলেট বাইকত যান বাহন আৰক্ষীয়ে কাটিছে এইদৰে চালান।

गाड़ी में कम पेट्रोल होने पर ट्रैफिक पुलिस ने काटा चालान, दंग रह गया ड्राइवर; फेसबुक पर पोस्ट की स्लिप

শ্যাম নামৰ এগৰাকী লোকৰ ড্ৰাইভাৰ লাইচেঞ্চ, পলিউশ্যন চাৰ্টিফিকেট, হেলমেট সকলো থকাৰ পিছতো যুৱকজনক কেৱল মাত্ৰ তেল কমকৈ থকাৰ বাবেই বিহা হয় ২৫০টকাৰ জৰিমনা। ইফালে ছচিয়েল মিডিয়াত চৰ্চা হৈছে যে, যান-বাহন আইনতো তেনে কোনো নীতি-নিয়মৰ কথা উল্লেখ নাই যে, বাইকত কম তেল হলে জৰিমনা বিহা হব। কিন্তু বাণিজ্যিক বাহনৰ ক্ষেত্ৰত এনে এক নিয়ম আছে। যদিহে কোৱো বাণিজ্যিক বাহনে তেওঁলোকৰ নিৰ্ধাৰিত কাম ইন্ধনৰ অভাৱৰ বাবে কৰিব নোৱাৰে তেন্তে ২৫০টকাৰ জৰিমনা বিহা হব। সেয়া যি কি নহলেও, কেৰালাত সংঘটিত হোৱা এই ঘটনাৰ পাছতে দেশজুৰি নেটিজেন সকলৰ মাজত তীব্ৰ চৰ্চা অব্যাহত আছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme