1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 1:49 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

‘হামদৈ পুলৰ জোন’ৰ অতুলানন্দ গোস্বামীৰ চিৰবিদায়…

  • Update Time : Wednesday, July 27, 2022
  • বুধবাৰে পুৱতি নিশা বিশিষ্ট সাহিত্যিক অতুলানন্দ গোস্বামীৰ দেহাৱসান।
  • প্ৰায় ৪.৪০ বজাত  জিএম চি এইচত শেষ নিশ্বাস ত্যাগ কৰে সাহিত্যিক গৰাকীয়ে।
  • মৃত্যুৰ সময়ত বয়স আছিল ৮৭ বছৰ।
  •  ১৯৩৫ চনত জন্মগ্রহণ ‘নামঘৰীয়া’ৰ স্রষ্টা অতুলানন্দ গোস্বামীৰ।
  • ‘চেনেহ জৰীৰ গাঁথি’ৰ বাবে ২০০৬ চনত ‘সাহিত্য অকাডেমী বঁটা’ লাভ কৰিছিল গোস্বামীদেৱে।
  • ২০১৩ চনত লাভ কৰিছিল ‘অসম উপত্যকা সাহিত্য বঁটা’ ।
  • ‘নামঘৰীয়া’ৰ বাবে অসম সাহিত্য সভাৰ অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা , কুমাৰ কিশোৰ সোঁৱৰণী বঁটা , ‘বলিয়া হাতী’ৰ বাবে ১৯৯২ চনত ‘কথা’ বঁটা লাভ কৰিছিল গোস্বামীয়ে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme