1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 7:45 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

ডাঙৰ খবৰঃ ভাৰতে যুদ্ধৰ অস্ত্ৰ-শস্ত্ৰ কিনিবলৈ খৰচ কৰিব ২৮হাজাৰ ৭৩২কোটি টকা…

  • Update Time : Tuesday, July 26, 2022

ডিজিটেল ডেস্কঃ দেশৰ প্ৰতিৰক্ষা ক্ষেত্ৰৰ বাবে এটা ডাঙৰ খবৰ।  সেনাৰ যুদ্ধৰ অস্ত্ৰ-শস্ত্ৰ ক্ৰয়ৰ বাবে ২৮হাজাৰ ৭৩২কোটি টকাৰ মঞ্জুৰি প্ৰদান কৰিছে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে। ৰাজনাথ সিঙৰ অধ্যক্ষতাৰ এখন কমিটিয়ে শেহতীয়াকৈ এই বিশাল ধন ৰাশি অস্ত্ৰ-শস্ত্ৰ ক্ৰয়ৰ বাবে মঞ্জুৰি প্ৰদান কৰিছে।

উল্লেখ কৰা প্ৰয়োজন যে, এই বিশাল ধন ৰাশি বিশেষকৈ ভাৰতীয় নৌ সেনাক শক্তিশালী কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱাৰ লগতে ভাৰতীয় সেনা বিভিন্ন অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰ লগতে ড্ৰোন, বুলেটপ্ৰুফ জেকেট আদি সামগ্ৰী ক্ৰয় কৰা হব।

কেন্দ্ৰীয় চৰকাৰে দেশৰ প্ৰতিৰক্ষা ক্ষেত্ৰৰ বাবে এই ধনৰাশি কেতিয়াবাই প্ৰস্তাৱ কৰিছিল যদিও আজি এই বিশাল ধনৰাশিক অনুমোদন জনায় প্ৰতিৰক্ষা মন্ত্ৰালয়ে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme