1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 4:00 pm
Trending:
চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting

সাজু হওঁক ২০২২ৰ টি-২০ বিশ্বকাপৰ বাবেঃ জানি লওঁক- কেতিয়া, ক’ত হ’ব ফাইনেল…

  • Update Time : Tuesday, November 16, 2021

ডিজিটেল ডেস্কঃ শেষ হ’ল টি-২০ বিশ্বকাপ-২০২১। শেষ হোৱাৰ দুটা দিনৰ পিছতে আই চি চিয়ে ঘোষণা কৰিলে টি ২০ বিশ্বকাপ-২০২২ৰ সময়সূচী। আই চি চিয়ে ঘোষণা কৰা সময়সূচী অনুসৰি- ২০২২ৰ ১৬অক্টোবৰত আৰম্ভ হ’ব বিশ্বকাপৰ প্ৰথমখন খেল। ফাইনেল অনুষ্ঠিত হ’ব ১৩নৱেম্বৰত।

প্ৰায় ৭খন ষ্টেডিয়ামত অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপ ২০২২ৰ মেচ সমূহ। ৯ নৱেম্বত চিডনি আৰু ১০ নৱেম্বৰত অ্যাডিলেড ষ্টেডিয়ামত অনুষ্ঠিত হ’ব দুখনকৈ ছেমি ফাইনেল। ফাইনেল মেচখন অনুষ্ঠিত হ’ব মেলবৰ্নত। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, টি-২০ বিশ্বকাপ-২০২০ৰ ফাইনেল খেলখনো অনুষ্ঠিত হৈছিল মেলবৰ্নত।

এই খেলখনত ৰেকৰ্ডসংখ্যক ৮৬হাজাৰ ১৭৪গৰাকী দৰ্শকে ষ্টেডিয়ামত বহি খেল চাইছিল। প্ৰায় ১২খন দেশে ২০২২ৰ টি-২- বিশ্বকাপত অংশ ল’ব। আই চি চিয়ে সদৰি কৰা অনুসৰি অহা বৰ্ষত, ওমান আৰু জিম্বাবোয়ে বিশ্বকাপৰ যোগ্যতা লাভ কৰিব।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme