1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 5:43 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

বিয়াৰ ১টা বছৰ পাৰ হ’লঃ ৰাজকুমাৰে এতিয়া বাচন ধোৱাৰ লগতে সাৰিব লাগে ঘৰ…

  • Update Time : Wednesday, July 6, 2022

ডিজিটেল ডেস্কঃ পত্ৰলেখাৰ সৈতে বিয়াৰ এটা বছৰৰ পাৰ হল সুদৰ্শন অভিনেতা ৰাজকুমাৰৰ।  এই এটা বছৰ ঘৰত বাচন ধোৱাৰ লগতে ঘৰ সাৰি পত্নীক বিভিন্ন ধৰণে সহায় কৰিছে ৰাজকুমাৰে। এই কথা নিজেই অনুৰাগীসকলৰ সৈতে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে অভিনেতাগৰাকীয়ে।

অভিনেতাগৰাকীয়ে কয়- সৰুতে মই বিভিন্ন ঘৰুৱা কামত মাক সহায় কৰিছিলো। ঘৰুৱা কামবোৰৰ ভিতৰত মই বাচন ধোৱা আৰু ঘৰ সৰা, এই কাম দুটাই সকলোতকৈ ভাল পাও। এতিয়াও মই পত্নীক এই কাম দুটাত সহায় কৰো। মই স্বইচ্ছাই তেওঁক এইবোৰ কামত সহায় কৰো। কিয়নো এইবোৰ কাম কৰাটো মোৰ এটা অভ্যাসত পৰিণত হৈছে।

উল্লেখ কৰা প্ৰয়োজন যে, ১১টা বছৰ প্ৰেমৰ সম্পৰ্কত থকাৰ পাছত ২০২১ৰ ১৫ নম্বেবৰত বিবাহ পাশত আৱদ্ধ হৈছিল পত্ৰলেখা আৰু ৰাজকুমাৰ। দুয়োৰে মাজত থকা বুজা-পৰাৰ বাবেই ৰাজকুমাৰ ব্যস্ততাৰ মাজতো এনেদৰে সহায় কৰে পত্নীক।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme